🌀😱৬৯
😱594-594-মিনি সূচিঃPart-593-594(69:01-17)Al-Haaqqah ৬৯:৭(The expression "seven nights and eight days" denotes a continuous period-see note) ৬৯:১২-১৭(কেয়ামতযে সংঘটিত হ'ব তাৰ নমুনাৰ সাক্ষী ছামুদ-১১:৬১আৰু আদ ৭:৬৫ সম্প্ৰদায়ৰ ধ্বংসাৱশেষ। এই সময়ত শিঙাত ফুঁ দিয়াৰ লগে লগে পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ যাব, আকাশ বিদীৰ্ণ হৈ যাব-৬৯:১২-১৬) ৬৯:১৬(69:16{The universe is expanding to a limit-21:47 then it Will Collapse Back into a Singularity-21:104)} ৬৯:১৭(আল-আৰ্চ(الْعَرْشِ) "আল্লাহৰ সিংহাসন": টোকা চাব) . 😱595-মিনি সূচিঃPart-595(69:18-29)Al-Haaqqah ৬৯:১৯(The Believers-যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব) ৬৯:২৫(The Disbelievers-কিন্তু যাৰ আমলনামা বাওঁহাতত দিয়া হ’ব) . 😱596-মিনি সূচিঃPart-596(69:30-37)Al-Haaqqah ৬৯:৩০-৩৩[যি সকলে কুফৰী কৰিছে(*الَّذِينَ كَفَرُوا) অৰ্থাৎ আল্লাহৰ বাণীক জানি বুজিও অস্বীকাৰ কৰিছে{প্ৰকৃতাৰ্থত ঈমান অনা নাছিল(মুখেৰে কলেই ঈমান অনা নহয়)} তেওঁলোকক সেইদিনা দিঙীত গৰু ছাগলীৰ দৰে চোচোঁৰাই জহান্নামৰ ফালে লৈ যোৱা হ'ব-৬৯:৩০।(*alladhīna kafarū — those who ignor...