🔴Part-330(24:51-57)An-Noor(Light)
🇮🇳Part-330(24:51-57)An-Noor(Light) 🔵 https://youtu.be/KyZrJ2yeUfA ।।। 🔵মিনি-সূচিঃPart-330(24:51-57)An-Noor ২৪:৫২-৫৪(Obey Allah and obey the messenger -link: https://ahsana3923.blogspot.com/2022/08/part-49331-36-quranobey-allah-and-obey.html ) ।।। ✅২৪:৫১ إِنَّمَا كَانَ قَوْلَ الْمُؤْمِنِينَ إِذَا دُعُوا إِلَى اللَّهِ وَرَسُولِهِ لِيَحْكُمَ بَيْنَهُمْ أَنْ يَقُولُوا سَمِعْنَا وَأَطَعْنَا ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ মুমিনসকলৰ উক্তি হৈছে এইটো— যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম। . ✍️BB-ref:(4:65) এই ৪:৬৫ আয়াত/টোকা তলৰ লিংকত বিচাৰি চাওঁক: https://qurantafseeritself.blogspot.com/2021/11/part-82460-68-httpsyoutu.html . ✍️Note:link: https://muktabulraf.blogspot.com/2022/08/2451-versenoteref.html?m=1 . ✅২৪:৫২ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ وَيَخْشَ اللَّهَ وَيَتَّقْهِ فَأُولَٰئِكَ هُمُ الْفَائِزُونَ আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহ...