🔳Part-368(30:20-27)Al-Room(The Romans)
🍀৩৬৮-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-368(30:20-27)Al-Room(The Romans) Video- https://youtu.be/KoGXOsI75CM . 🟦Mini-Cont:Part-368(30:20-27)Al-Room [নিদৰ্শনাৱলী(signs,proofs(*Aayaati-hi)] 30:20(সৃষ্টি আৰু বৈচিত্ৰ্যত ঈশ্বৰৰ চিন) 30:21✅(The Creation of Eve- see so note) (Marriage must be based on mutual love and care between man and woman) 30:22(আল্লাহে মানুহক বিভক্ত কৰিছে বিভিন্ন জাতি, গোত্ৰত আৰু ভাষা, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। এইবোৰ আল্লাহৰ নিদৰ্শন।)(সকলো মানুহৰ এটাই উম্মত আছিল-2:213) 30:23[নিদৰ্শনাৱলীৰ(signs,proofs (*Aayaati-hi) ৰ মাজত আছে দিন ৰাতি ইত্যাদি] 30:25(ref: is spoken of as having "raised the skies without any supports that you could see Note) 30:27(আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ* তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়-See notes) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে।...