🟪Part-382(33:21-27)Al-Ahzãb(The Parties)
💝বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-382(33:21-27)Al-Ahzãb(The Parties) Video- https://youtu.be/iC12MEey1Zo ।।। মিনি সূচিঃ382(33:21-27)Al-Ahzãb ৩৩:২১✅(The Messenger, A good role model- এই আয়াতটোৰ বিশ্লেষণে জ্ঞানীজনক ভবাই তুলিব- See sp Notes) ৩৩:২২(ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়ক্ষতিৰ দ্বাৰা ধৈৰ্যশীলসকলৰ ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰে) ৩৩:২৩✅(মুমিনসকলৰ মাজৰ কিছুমানে আল্লাহৰ লগত কৰা তেওঁলোকৰ অঙ্গীকাৰ পূৰ্ণ কৰিছে-ref:২:১১১) ৩৩:২৪(God, who has willed upon Himself the law of grace and mercy- গতিকে মুনাফিকে সৰল পথলৈ ঘূৰি আহিলে আল্লাহৰ ক্ষমা পাব পাৰে) ৩৩:২৫(যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট) ৩৩:২৭(ref: আল্লাহে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব-টোকা চাব) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত ...