Posts

Showing posts with the label 🌀🏊৮৩

🌀🏊৮৩

🏊641-642-মিনি- সূচিঃPart-641-642(83:01-16)Al-Mutaffifeen ৮৩:১-৩(ওজনত হেৰ-ফেৰ নকৰিব) ৮৩:৬(হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা-৮৪:৬।) ৮৩:১৪(সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে মানে আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে- টোকা চাব) . 🏊643-মিনি সূচিঃPart-643(83:17-36)Al-Mutaffifeen ৮৩:১৮-২১(এই পৃথিৱীত ইমানক ধেমালি হিচাপে লোৱা কাফিৰ আৰু কাফিৰসকলৰ বেয়া কাম ছিজ্জিন (৮৩:৭-৯) নামৰ লিখিত লিপিত থাকিব। বিশ্বাসীসকলৰ, ধৰ্মপৰায়ণসকলৰ ভাল কামবোৰ ইল্লাইয়িন (৮৩:১৮-২১) নামেৰে জনাজাত আন এটা লিখিত লিপিত লিপিবদ্ধ কৰা হ’ব। লিংক আছে)  ৮৩:২৩(ইল্লাইয়িনৰ গৰাকীসকলে শেষ বিচাৰৰ দিনা আমাৰ ৰব্ আল্লাহ চুবহানাহু ৱা তা'লাক দেখিবলৈ পাব। কিন্তু, ছিজ্জিয়ানসকলে নেদেখিব-৮৩:১৫। টোকা চাব) ৮৩:২৮(ref:আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা) ৮৩:২৯(কোৰআনত আপোনাৰ বিষয়ে বৰ্তমান কালত কেনেকৈ আপোনাক কথা কয় তাৰ আচৰিত ডিজাইন টোকাত চাওঁক) ৮৩:৩২-৩৩(সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক* হিচাপে পঠোৱা হোৱা নাই।) 🏊🏊 Chapter End 🏊🏊