🌀🪷৪২-মিনি সূচিঃআশ্ব-শ্বুৰা(০১-৫৩)
🪷452-মিনি সূচিঃPart-452(42:01-07)Ash-Shûra ৪২:১-২(হুৰুফ মুক্কাতাট-১১:১- https://bit.ly/3C3GyLy ) ৪২:৪(আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান) ৪২:৬(Those who take allies besides God: See link) ৪২:৭✅(এই আয়াতটো ৬২:৯-১০ৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে। টোকা চাব) . 🪷453-মিনি সূচিঃPart-453(42:08-13)Ash-Shûra ✔️Those who worship their clerics and scholars-Note 42:9 ✔️আল্লাহৰ হুকুমৰ(Islamic Law in Quran) ওপৰত আঙুলি টুৱাব নোৱাৰিব-টোকা ৪২:১০ ✔️কাৰণ পৃথিৱীৰ চাবি-কাঠি আল্লাহৰ হাতত-৪২:১২ ✔️দ্বীন ইছলাম আগতে যিটো আছিল আজিও সেইটোৱেই-৪২:১৩ . 🪷454-মিনি সূচিঃPart-454(42:14-15))Ash-Shûra ৪২:১৪-১৫(অতি গুৰুত্বপূৰ্ণ চাব: কিতাপ অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত কিয় মতভেদ ঘটায়? এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন-২:২১৩ৰ লগতে টোকা চাব) . 🪷455-মিনি সূচিঃPart-455(42:16-21)Ash-Shûra ৪২:১৭-১৮(আল্লাহে নিজেই মানুহক একেৰাহে প্ৰকাশৰ জৰিয়তে সঠিক আৰু অনুচিতৰ মাজত পাৰ্থক্য কৰিব পৰা...