🌀🪷৪২-মিনি সূচিঃআশ্ব-শ্বুৰা(০১-৫৩)
🪷452-মিনি সূচিঃPart-452(42:01-07)Ash-Shûra
৪২:১-২(হুৰুফ মুক্কাতাট-১১:১-https://bit.ly/3C3GyLy)
৪২:৪(আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান)
৪২:৬(Those who take allies besides God: See link)
৪২:৭✅(এই আয়াতটো ৬২:৯-১০ৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে। টোকা চাব)
.
🪷453-মিনি সূচিঃPart-453(42:08-13)Ash-Shûra
✔️Those who worship their clerics and scholars-Note 42:9
✔️আল্লাহৰ হুকুমৰ(Islamic Law in Quran) ওপৰত আঙুলি টুৱাব নোৱাৰিব-টোকা ৪২:১০
✔️কাৰণ পৃথিৱীৰ চাবি-কাঠি আল্লাহৰ হাতত-৪২:১২
✔️দ্বীন ইছলাম আগতে যিটো আছিল আজিও সেইটোৱেই-৪২:১৩
.
🪷454-মিনি সূচিঃPart-454(42:14-15))Ash-Shûra
৪২:১৪-১৫(অতি গুৰুত্বপূৰ্ণ চাব: কিতাপ অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত কিয় মতভেদ ঘটায়? এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন-২:২১৩ৰ লগতে টোকা চাব)
.
🪷455-মিনি সূচিঃPart-455(42:16-21)Ash-Shûra
৪২:১৭-১৮(আল্লাহে নিজেই মানুহক একেৰাহে প্ৰকাশৰ জৰিয়তে সঠিক আৰু অনুচিতৰ মাজত পাৰ্থক্য কৰিব পৰাকৈ এটা মানদণ্ড দিছে)
৪২:২১(The Islam of today's Muslim world has been so distorted, it has become a Satanic cult. The Ulama, or religious scholars, have added many extraneouslaws, prohibitions, dress codes, dietary regulations, and religious practices never authorized by God. This is one of the main reasons for sending God's Messenger of the Covenant-Note)
.
🪷456-মিনি সূচিঃPart-456(42:22-25)Ash-Shûra
৪২:২৩(টৌকাঃ ইৰাণ, ইৰাক আৰু অন্যান্য মধ্যপ্ৰাচ্যৰ দেশসমূহৰ লাখ লাখ মানুহহে দাবী কৰে যে তেওঁলোক হজৰত মহম্মদ (চৈয়দ বা শ্বৰীফ)ৰ বংশধৰ)
.
🪷457-মিনি সূচিঃPart-457(42:26-31)Ash-Shûra
৪২:২৬-২৭(The Reason why Provision is not Increased-বহুতো অন্যায়কাৰীয়ে সমৃদ্ধিশালী হয় আৰু সুখী হয়, বহুতো ধাৰ্মিক লোকে আঘাত আৰু বঞ্চিত হয়। এই আপত্তিৰ উত্তৰত মানুহৰ জন্মগত "অধিক আৰু অধিক লোভ" লৈ আওপকীয়াকৈ আঙুলিয়াই দিয়ে, যাৰ ফলত তেওঁ প্ৰায়ে "যেতিয়াই নিজকে স্বাৱলম্বী বুলি বিশ্বাস কৰে তেতিয়াই গুৰুতৰভাৱে অতিমাত্ৰা" হৈ পৰে। এই প্ৰৱণতাক প্ৰতিহত কৰিবলৈ কোৰআনে বাৰে বাৰে গুৰুত্ব আৰোপ কৰিছে- ৪২:২৭ৰ লিংকত টোকা চাব)
৪২:২৯(God's Signs-آيَاتِهِ in Nature-৪২:২৯-টোকাঃ ইয়াত আন আকাশী পদাৰ্থত জীৱনৰ অস্তিত্বৰ ইংগিত দিয়া হৈছে, আৰু মানুহে কেতিয়াবা ‘বিদেশী’ৰ সৈতে লগ পোৱাৰ ইংগিত দিয়া হৈছে-see refs)
৪২:৩০(তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম)
.
🪷458-মিনি সূচিঃPart-458(42:32-37)Ash-Shûra
৪২:৩২-৩৪(Ships are also among the Signs(آيَاتِهِ) of Allah)
৪২:৩৬(Tawakkal-link)
৪২:৩৭(বিশ্বাসীসকলৰ বৈশিষ্ট্য)[‘hudood Allah’(the limits of Allah-4:13-14)-Note/link]
.
🪷459-মিনি সূচিঃPart-459(42:38-45)Ash-Shûra
৪২:৪০(Laws of equality in punishment (Al-Qisas)প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। তাৰ পিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই যালিম*-৫:৪৫(৬:৩৩*, ২:২২৯*)
৪২:৪৩(ধৈৰ্য ধাৰণ আৰু ক্ষমা কৰা)
৪২:৪৪(আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। কিয় আল্লাহে পথভ্ৰষ্ট কৰে?-৪২:৪৪-টোকা)
৪২:৪৫✅(আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত লুকাই চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে ✔️নিজৰ আৰু নিজ ✔️পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় ✔️যালিমসকল(৬:৩৩,২:২২৯) স্থায়ী শাস্তিত নিপতিত থাকিব)
.
🪷460-মিনি সূচিঃPart-460(42:46-53)Ash-Shûra
৪২:৪৬(আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই-টোকা)
৪২:৪৭(Encouragement to obey Allah before the Day of Resurrection)
৪২:৪৮(1️⃣The only revelation prophet Muhammad received from God is the Quran and nothing else-link)(2️⃣ Messenger's sole mission: Only delivery of the Message-link)
৪২:৪৯-৫০(কন্যা বা পুত্ৰ সন্তান,আৰু আল্লাহে যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাৱান-ref:৩১:৩৪)
৪২:৫১-৫২(Wahi/Revaluation/Inspiration: Link)
🪷🪷🪷The End Chapter🪷🪷🪷
Comments
Post a Comment