Posts

Showing posts with the label 🔳Part-367(30:01-19)Al-Room

🔳Part-367(30:01-19)Al-Room(The Romans)

🥀৩৬৭-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-367(30:01-19)Al-Room(The Romans) Video-  https://youtu.be/qZ2s73EoCxk ।।। Pre-Page: This is the 30th Surah of the Qur’an. It has 60 verses. As stated earlier, a Surah is not restricted by its title. Only in the beginning, it alludes to the Roman Persian wars, 603-624 CE. The title is more important for reference purposes, and this Surah as well gives us many beautiful concepts in diversity. ।।। Mini-content:Part-367(30:01-19)Al-Room 30:1(আলিফ-লাম-মীম।✔️(হুৰুফ মুক্কাতাট) 30:8[bil-haqq(God has not created this otherwise than in accordance with truth)] 30:11(আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব) 30:13(আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল সিহঁতৰ বাবে ছুপাৰিছকাৰী নহ'ব-see note) 30:15(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব-see note) 30:16(কোৰআনত থকা আল্লাহৰ নিদৰ্শনসমূহক জানি/নাজানি অস্বীকাৰ কৰা সকলে আখিৰাতত আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে। তেওঁলোকে শাস্তি পাব।) 30:17-18✅(বহু অনু...