🌀🪻৭৪
🪻614-মিনি সূচিঃPart-614(74:01-05)Muddath-thir: ৭৪:১-৫(মুঝঝাম্মিল-৭৩ আৰু মুদ্দাচ্ছিৰৰ-৭৪ যোৰাত শ্বানে নুযুলৰ ভূমিকা) . 🪻615-মিনি সূচিঃPart-615(74:06-20)Muddath-thir ৭৪:১০(আল-কাফিৰূণৰ সংজ্ঞা -লিংক চাওঁক) ৭৪:১৬(আল্লাহৰ কোৰআন ডিজাইনিংত কাল্লা-(كَلَّا) ৭৪:১৯-২০(নিজৰ কৰ্ম বা মনোভাৱৰ দ্বাৰা "হত্যা"(قُتِلَ) কৰা; অৰ্থাৎ "তেওঁ নিজকে ধ্বংস কৰে"।) . 🪻616-মিনি সূচিঃPart-616(74:21-31)Muddath-thir ৭৪:৩০-৩১[(এই খণ্ডটোত নৰকজুইলৈ যোৱাৰ কাৰণৰ কথা উল্লেখ কৰা হৈছে। কোৰআনত উল্লেখিত ১৯ বা তাতোধিক দুজখলৈ যোৱাৰ কাৰণ টোকাত উল্লেখ কৰা হৈছে। সময় থাকোঁতেই সেইবোৰ শুদ্ধৰাই নললে ছাক্বাৰত জ্বলিব লাগিব। যি জুইত না মৰিব না জীৱ।) (টোকা: আমি "বিশ্লেষণাত্মক কোৰআনচৰ্চা আৰু একমাত্ৰ পথ" গ্ৰোপে ৰাছেদ খালেফাৰ "১৯ গাণিতিক গণনা"ক সন্মান কৰো, কিন্তু কোৰআন বিশ্লেষণৰ ক্ষেত্ৰত আমাৰ ঈমানৰ বাহিৰত যাব নোৱাৰো। আমি দেখিছোঁ ৰাছেদ খালেফাই কিছুমান ক্ষেত্ৰত ১৯ৰ বিভাজ্য কৰিবলৈ গৈ আয়াতৰ সংখ্যাৰ কম-বেছ কৰিছে। বাকী কোৰআন কম্পোতৰাইজৰ ক্ষেত্ৰত ১৯ৰ বিভাজ্য এক উত্তম পন্থা- মুক্তাৰফ।- লিংক চাব)ইয়াৰোপৰি ৩০...