🌀🪻৭৪

🪻614-মিনি সূচিঃPart-614(74:01-05)Muddath-thir:
৭৪:১-৫(মুঝঝাম্মিল-৭৩ আৰু মুদ্দাচ্ছিৰৰ-৭৪ যোৰাত শ্বানে নুযুলৰ ভূমিকা)
.
৭৪:১০(আল-কাফিৰূণৰ সংজ্ঞা -লিংক চাওঁক)
৭৪:১৬(আল্লাহৰ কোৰআন ডিজাইনিংত কাল্লা-(كَلَّا)
৭৪:১৯-২০(নিজৰ কৰ্ম বা মনোভাৱৰ দ্বাৰা "হত্যা"(قُتِلَ) কৰা;  অৰ্থাৎ "তেওঁ নিজকে ধ্বংস কৰে"।)
.
৭৪:৩০-৩১[(এই খণ্ডটোত নৰকজুইলৈ যোৱাৰ কাৰণৰ কথা উল্লেখ কৰা হৈছে। কোৰআনত উল্লেখিত ১৯ বা তাতোধিক দুজখলৈ যোৱাৰ কাৰণ টোকাত উল্লেখ কৰা হৈছে। সময় থাকোঁতেই সেইবোৰ শুদ্ধৰাই নললে ছাক্বাৰত জ্বলিব লাগিব। যি জুইত না মৰিব না জীৱ।)
(টোকা: আমি "বিশ্লেষণাত্মক কোৰআনচৰ্চা আৰু একমাত্ৰ পথ" গ্ৰোপে ৰাছেদ খালেফাৰ "১৯ গাণিতিক গণনা"ক সন্মান কৰো, কিন্তু কোৰআন বিশ্লেষণৰ ক্ষেত্ৰত আমাৰ ঈমানৰ বাহিৰত যাব নোৱাৰো। আমি দেখিছোঁ ৰাছেদ খালেফাই কিছুমান ক্ষেত্ৰত ১৯ৰ বিভাজ্য কৰিবলৈ গৈ আয়াতৰ সংখ্যাৰ কম-বেছ কৰিছে। বাকী কোৰআন কম্পোতৰাইজৰ ক্ষেত্ৰত ১৯ৰ বিভাজ্য এক উত্তম পন্থা- মুক্তাৰফ।- লিংক চাব)ইয়াৰোপৰি ৩০ৰ বৰ্ণনা ৩১ত আল্লাহে কৰি দিছে,তাৰ টোকাসমূহ চাব]
.
৭৪:৩২-৩৭(জাহান্নাম মহাবিপদসমূহৰ যে অন্যতম নিশ্চিত তাক বুজাবলৈ আল্লাহে মহা সত্য চন্দ্ৰৰ, ৰাতিৰ, প্ৰভাতৰ শপত লৈছে। এই মহাবিপদ মনা বা নমনা নিজ ইচ্ছাৰ কথা, আল্লাহে কিন্তু সতৰ্ক বাণী শুনাই দিলে- টোকাবোৰ চাব)
৭৪:৪৩-৪৭("salat is not ritual of prayer/ছালাত কোনো আনুষ্ঠানিক নামাজ নহয়"। কথাবোৰ বুজিবলৈ মূলৰ গভীৰতালৈ যাব লাগিব। টোকাত দিয়া ৬০১নং খণ্ডৰ ৭০:২২-৩৫(ভিডিঅ'+লেখা) চাওঁক)
৭৪:৪৮(ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব: মধ্যস্থতাৰ মিথ/The Myth of Intercession: লিংক চাব)
৭৪:৫৪(নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।)
🪻🪻ch.end🪻🪻

Comments

Popular posts from this blog

🌀💘৭৫

⭕Part-465(43:43-50)Al-Zukhruf(Ornaments)

🌀🔺১১৪