Posts

Showing posts with the label 💚Part-411(37:89-106)As-Sãffãt

💚Part-411(37:89-106)As-Sãffãt(The Arrangers)

✔️Part-411(37:89-106)As-Sãffãt (The Arrangers) ✔️Video- https://youtu.be/rDgY-9cHS8Y __"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__ .___________________________________________ মিনি সূচিঃPart-411(37:89-106)As-Sãffãt ৩৭:৮৯(আৰু(Ibrahim a.s.) ক’লে, ‘নিশ্চয় মই অসুস্থ’(বুখাৰিয়ে কৈছে,ইব্ৰাহীম(আ:ছা:) মিছলীয়া: ৯৩ৰ টোকা চাওঁক) ৩৭:৯৩✅(ref: এটা হাদীছত ইব্ৰাহীমৰ লগত সম্পৃক্ত তিনিটা মিছা কথা কোৱাৰ বৰ্ণনা আছে, তাৰ ভিতৰত এইটোও এটা। তাৰমানে ইব্ৰাহীম(আ:ছা:) মিছলীয়া আছিল নেকি?see https://bit.ly/3AgRZyR ) ৩৭:৯৭-৯৮✅(কোৰআনৰ ক’তো কোৱা হোৱা নাই যে ইব্ৰাহীমক প্ৰকৃততে, শাৰীৰিকভাৱে জুইত পেলাই দিয়া হৈছিল আৰু অলৌকিকভাৱে তাত জীয়াই ৰখা হৈছিল: ইয়াৰ বিপৰীতে, ✔️"আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে"-See Note) ৩৭:১০২✅(বিঃদ্ৰঃ উক্ত ৩৭:১০৭ত কোনো জন্তুৰ কোৰবানীৰ কথা মুঠেও উল্লেখ নাই। এই আয়াতটোৰ আলোচনা ৩৭:১০২-১১১লৈ আছে। গতিকে ইয়াৰ বিষয়ে ৪১২ নং খণ্ডত আলোচনা কৰা হ'ব, লগতে জন্তুৰ কোৰবানীৰ নামত কি চলি আছে তাকো আলোচনা কৰা হ'ব।) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশি...