🧑💻Part-669(97:01-05)Al-Qadr (Destiny)
✔️Part-669(97:01-05)Al-Qadr (Destiny) ✔️Video- https://youtu.be/EB1Dkrdv4vs .==================================. ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .==================================. ✔️আগ-কথাঃ লাইলাতাল কাদৰ (ডিক্রীৰ নিশা). Pl Press the link: https://iiqassyedraf.blogspot.com/2023/08/blog-post_11.html .==================================. মিনি সূচিঃPart-669(97:01-05)Al-Qadr আগ-কথাত লাইলাতাল কাদৰ। ৯৭:১-২{মহম্মদৰ📍 ওপৰত কোৰআন (الْحَقُّ) নাযিল(نُزِّلَ) হৈছিল(ইয়াত মহম্মদ মানে আব্দুল্লাহৰ পুতেক মহম্মদ নহয়- টোকা আছে) আৰু ৰছুলৰ মুখৰ পৰা ওলোৱা বাণীবোৰেই কোৰআন-৮১:১৯)। এই কোৰআন পুংখানুপুংখ ভাৱে পঢ়িলে আমাৰ ওপৰত কোৰআন নাযিল হয়-২৪:৩৪।) ৯৭:৩-৪(When/how are fates determined? see Note) .==================================. 🧑💻৯৭:১-২ إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةِ الْقَدْرِ নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো; . ✍️Verse/Note: 1. We revealed this Quran with permanent values...