Posts

Showing posts with the label 🌀💚৩৭-মিনি সূচি:ছুৰা আছ-ছাফ্ফাত(০১-১৮২)

🌀💚৩৭-মিনি সূচি:ছুৰা আছ-ছাফ্ফাত(০১-১৮২)

⚫মিনি সূচিঃPart-407(37:01-13)As-Sãffãt ৩৭:১-৩(এই তিনিটা আয়াতৰ শপত-লিংক চাওঁক) ৩৭:৬(We live in the innermost and smallest universe. The jinns are confined to this universe) ৩৭:৭(এই আয়াতৰ প্ৰকাশৰ ফলত ভৱিষ্যদ্বাণীকাৰী, ভৱিষ্যদ্বাণী আৰু জ্যোতিষীসকলৰ মিছা দাবীৰ অন্ত পৰে) ৩৭:৮(ফিৰিস্তাৰ শক্তি, যাৰ "বাক্য" আল্লাহৰ আজ্ঞাৰ এটা মেটনিম)(সত্যৰ পৰা বহু দূৰৈত ‘গুপ্ত বিজ্ঞান’ৰ দাবীদাৰসকলে উৰ্দ্ধজগতৰ আভাস পাব নোৱাৰে) ৩৭:১০(কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়) ৩৭:১১-১২(God's creative power as well as at the blind arrogance of those who deny it) . ⚫408-মিনি সূচিঃPart-408(37:14-34)As-Sãffãt ৩৭:১৫(যাদু মানে প্ৰতাৰণা, ছলনা। যিয়েই কোৰআনৰ ৱহীক যাদু বুলি কয় বা ইয়াৰ ওপৰত সন্দেহৰ প্ৰশ্ন তুলে সেইসকলেই  কুফুৰ কৰে অৰ্থাৎ কোৰআন মানিব নিবিচৰা মানুহৰূপী চয়তান (১১৪:৪-৬):টোকা চাওঁক) ৩৭:২৩[হিদায়ৎ ভাললৈও হ'ব পাৰে বেয়ালৈও হ'ব পাৰে (সিহঁতক জাহান্নামৰ পথ(ه د ى)দেখুৱাই দিয়া] ৩৭:২৭(LEADERS AND FOLLOWERS BLAME EACH OTHER) ৩৭:৩৫(The First Commandment-When they...