Posts

Showing posts with the label 💚Part-409(37:35-65)As-Sãffãt

💚Part-409(37:35-65)As-Sãffãt (The Arrangers)

✔️Part-409(37:35-65)As-Sãffãt (The Arrangers) ✔️Video- https://youtu.be/48RlgwQDWNc .__________________________________________ মিনি সূচিঃPart-409(37:35-65)As-Sãffãt ৩৭:৩৫(The First Commandment- "Laa Elaaha Ella Allah- See link) ৩৭:৪৮✅(তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল?)(This verse will be discussed at 55:56 later) ৩৭:৫০(Conversation between the People of Paradise and Hell) ৩৭:৬০(মুক্তি: এইটোৱেই আটাইতকৈ ডাঙৰ জয়) .__________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। .__________________________________________ [The Judgment (Verses 37:22-74)] 🔴৩৭:৩৫ إِنَّهُمْ كَانُوا إِذَا قِيلَ لَهُمْ لَا إِلَٰهَ إِلَّا اللَّهُ يَسْتَكْبِرُونَ সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া...