⚫Part-342(26:105-140)Al-Shu'arã'(The Poets)
📚Part-342(26:105-140)Al-Shu'arã'(The Poets) 📚Video https://youtu.be/vMwI2svQiJs ।।। 📚মিনি সূচিঃPart-342(26:105-140)Al-Shu'arã' ২৬:১০৫(Noah and his Arrogant People) ২৬:১২৩(HUD: SHOW APPRECIATION) ২৬:১৪১(SALEH: PRACTICE RESTRAINT) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🟠২৬:১০৫(NOAH: WEALTH NOT A SIGN OF GOODNESS). كَذَّبَتْ قَوْمُ نُوحٍ الْمُرْسَلِينَ নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। . 🟠২৬:১০৬ إِذْ قَالَ لَهُمْ أَخُوهُمْ نُوحٌ أَلَا تَتَّقُونَ যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’? (al muttaqūn at 2:2-sam) . 🟠২৬:১০৭ إِنِّي لَكُمْ رَسُولٌ أَمِينٌ ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। . 🟠২৬:১০৮ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা* অৱলম্বন কৰা আৰু মোৰ...