🌀🆗৫৯
🆗555-মিনি সূচিঃPart-555(59:01-04)Al-Hashr ৫৯:১(Everything glorifies Allah in its own Way) ৫৯:২(আহলে কিতাবধাৰিসকল কোন? আহল কিতাপৰ মানুহ(The People of the Scriptures) বুলিলে , কেৱল ইহুদী আৰু খ্ৰীষ্টানক নুবুজাই। তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনে,জাকাত দিয়ে,ছালাত প্ৰতিষ্ঠা কৰে,শেষ দিৱসৰ প্ৰতি ঈমান আনে তেওঁলোক পুৰষ্কৃত হ'ব-৪:১৬২।।। আল্লাহে বিশ্বাসীসকলক ৰক্ষা কৰে-ইতিহাস আৰু তথাকথিত সকলো হাদিসক কোৰআনে নাকচ কৰে - টোকা/লিংক আছে) ৫৯:৪(কোৰআন গ্ৰহণকাৰীৰ সৈতে জড়িত, ইয়াৰ দ্বাৰা ঠায়ে ঠায়ে বিভিন্ন সময়ত পঠোৱা বিভিন্ন ৰাছুলৰ কথা কোৱা হৈছে) . 🆗556-মিনি সূচিঃPart-556(59:05-08)Al-Hashr ৫৯:৬-৮(Misinterpretation 59:7 and Difference between Fai(59:6-7) and Ghanim(8:41) in Quran-see note) . 🆗557-মিনি সূচিঃPart-557(59:09-13)Al-Hashr ৫৯:৯(তেওঁলোকেই এই দুনিয়াত আৰু পৰকালত সাফল্যমণ্ডিত-লিংক চাব) ৫৯:১০(ref:যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়) ৫৯:১১(আহলে কিতাবসকলৰ মাজৰ মুনফিকৰ সংগ্ৰাম বিৰোধীৰ ষড়যন্ত্ৰ) ৫৯:১২-১৩(মুনাফিকসকলে আল্লাহৰ চূড়ান্ত বিচাৰ...