Posts

Showing posts with the label 🌀🖤৯২

🌀🖤৯২

🖤662-663-মিনি সূচিঃPart-662-663(92:01-21)Al-Layl ✔️[(কোৰআনৰ কথাবোৰ আল্লাহে বৰ্তমান আমাক কৈ আছে-৭:৩, ৯২:১৪)] ৯২:১-৪(আল্লাহৰ শপত) ৯২:৫-৮(আল্লাহৰ আদেশ মৰ্মে দান কৰা মানে তাক্বৱা(see video template sub) অৱলম্বন কৰিলে, বিপৰীতে সীমাৰ বাহিৰত অহংকাৰ কৰি মই বৰ বুলি অহংকাৰ কৰা মানেই তাগুত(৮ৰ টোকাত চাব) অৱলম্বন কৰা) ৯২:৯-১১(যিসকলে আল্লাহৰ উত্তম কথাক গুৰুত্ব নিদি তথাকথিত হাদিসবোৰক উত্তম বুলি ভাৱি তাৰ ইবাদত কৰিলে তেওঁলোকৰ পথ কঠিন হ'ব) ৯২:১২-১৩(আল্লাহে হিদায়তৰ সৰল পথটো দেখুৱাই দিয়ে। সৰল পথৰ লগতে তথাকথিত হাদিসৰ বক্ৰ পথো আছে-১৬:৯। গতিকে কোনটো পথ পালন কৰিব সেইটো নিজৰ কথা। মনত ৰখা ভাল: পৰকাল আৰু ইহকালৰ মালিক একমাত্ৰ আল্লাহ।) ৯২:১৪-২১(সৰল পথ নলৈ বক্ৰ পথ গ্ৰহণ কৰা সকলযে দুজখৰ জুইত জ্বলি থাকিব সেইটো খাটাং। কিন্তু, মুত্তাক্বী(see video template sub) ব্যক্তিক আল্লাহে নিৰাপদে ৰাখিব। এইসকলৰ পৰা আল্লাহে  সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে জান্নাতৰ বিনিময়ত-৯:১১১ (১৮নংৰ লিংক চাব)। 🖤🖤 Chapter End 🖤🖤