🌀💥৩২-মিনি-সূচি-আচ ছাজদাহ(০১-৩০)
🍀মিনি- সূচিঃPart-377(32:01-11)Al-Sajdah ৩২:১(আলিফ-লাম-মীম।(হুৰুফ মুক্কাতাট)-Note ৩২:২[The Book (El'Kitaabi)(ie ✔️The Quran) wherein (Fiihi) there is no (Laa) doubt (Rai'ba)-See Note] ৩২:৩✅(আৰবসকল: নবী ইছমাইলৰ(আ:ছা:) পূৰ্বপুৰুষ আছিল,আৰু কোনো নবীক নহয়,তেওঁৰ মৃত্যুৰ বহু বছৰৰ পিছতহে এটা সম্প্ৰদায় হৈ পৰা আৰবসকল।আৰু কোৰআনৰ বাৰ্তাবোৰ আৰবৰ পৰা সকলো মানৱজাতিলৈ ফেন-আউট কৰা-টোকা চাওঁক) ৩২:৪✅(No Mediator Between God and You)(আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে-টোকা চাওঁক) ৩২:৫(thousand years-fifty thousand years-see refs)(EXTRA NOTE:The Speed of Light) ৩২:৬[অদৃশ্য(গায়েব) আৰু প্ৰকাশ্য বিষয়ে আল্লাহেই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।] ৩২:৭-৮✅(THE ORIGIN OF MAN: EVOLUTION OF LIFE FROM CLAY)(The evolution reached a point when procreation with male and female gametes was established-see note) ৩২:৯(Af’idah = Minds = Intellect জ্ঞান = Faculty of reasoning including feelings-Note) ।। 🍀378-মিনি সূচিঃPart-378(32:12-22)Al-Sajdah ৩২:১২(Too...