Posts

Showing posts with the label 🌀📚১০০

🌀📚১০০

📚672-মিনি সূচিঃPart-672(100:01-11)Al-'Aadeyaat ✔️১০০ আৰু ৯৯নং ছুৰা দুটাই মানুহে দুৰ্বলিক লুটপাত কৰি ধনী হোৱাৰ শেষ পৰিণতিৰ কথা বৰ্ণনা কৰি কেয়ামতৰ এক প্ৰেক্ষাপটৰ সৃষ্টি কৰিছে। ✔️১০০:১-অহঃ, যি চার্জাৰবোৰ ফুপাইছে/অৰ্থাৎ ফুপোঁৱা আক্ৰমণ দল(ই ডকাইতৰ দল, ৰাজনৈতিক দল যিয়েই নহওঁক লাগে এটা শক্তি প্ৰাপ্ত যালিমৰ দল যিটোৱে নিৰ্বিচাৰে দুৰ্বলীৰ ওপৰত আক্ৰমণ কৰে)। মন কৰিব ইয়াত ঘোঁৰা শব্দটো নাই। যিদৰে ১০০:৫ত শত্ৰু শব্দ নাই। ✔️The letter و "waw" carries at least 21 meanings- এই আয়াতত আল্লাহে এটা আক্ৰমণকাৰী দলৰ শপত(و) লোৱাৰ প্ৰশ্নই নুঠে। ইয়াত ইয়াৰ অৰ্থ হ'ব:আহঃ। ✔️১০০:১-৫ একেলগে চাব। ইয়াৰ কথাবোৰ অতীতত নাই। ইয়াত উল্লেখিত আক্ৰমণ কৰা দলটোৰ পৰিণাম ৬-১১লৈ দিয়া আছে। 📚📚📚 Chapter End 📚📚📚