🌀🟨৩৯-মিনি সূচিঃছুৰা আয্-ঝুমাৰ(০১-৭৫)
🟨422-মিনি সূচিঃPart-422(39:01-08)Az-Zumar ৩৯:৩✅(Excuse for Intercession)(যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে(أَوْلِيَاءَ) গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইবাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য(মধ্যস্থতাকাৰী) লাভ কৰাই দিব’। সিহঁত মিছলীয়া কাফিৰ)(Note:Muhammed, who did not accept any other authority besides the Quran.Any other books besides the Quran is Tagut-see note-4) ৩৯:৫✅(The earth has its north and south poles compressed-see note) ৩৯:৬✅(আল্লাহে মানুহক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে।)(কোৰআনত ভ্ৰূণ(Embryology) বিজ্ঞান -See link) ৩৯:৭(কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব-see note) . 🟨423-মিনি সূচিঃPart-423(39:09-15)Az-Zumar ৩৯:১০✅(There is always a possibility of doing good and "migrating from evil unto God" - which is the permanent,spiritual connotation of the concept of hijrah implied-See link) ৩৯:১১✅(Decades and centuries after Muhammed(a.s.), muslims deserted the Quran and gave up dedicating themselves ...