🌀🟨৩৯-মিনি সূচিঃছুৰা আয্-ঝুমাৰ(০১-৭৫)
🟨422-মিনি সূচিঃPart-422(39:01-08)Az-Zumar
৩৯:৩✅(Excuse for Intercession)(যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে(أَوْلِيَاءَ) গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইবাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য(মধ্যস্থতাকাৰী) লাভ কৰাই দিব’। সিহঁত মিছলীয়া কাফিৰ)(Note:Muhammed, who did not accept any other authority besides the Quran.Any other books besides the Quran is Tagut-see note-4)
৩৯:৫✅(The earth has its north and south poles compressed-see note)
৩৯:৬✅(আল্লাহে মানুহক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে।)(কোৰআনত ভ্ৰূণ(Embryology) বিজ্ঞান -See link)
৩৯:৭(কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব-see note)
.
🟨423-মিনি সূচিঃPart-423(39:09-15)Az-Zumar
৩৯:১০✅(There is always a possibility of doing good and "migrating from evil unto God" - which is the permanent,spiritual connotation of the concept of hijrah implied-See link)
৩৯:১১✅(Decades and centuries after Muhammed(a.s.), muslims deserted the Quran and gave up dedicating themselves to God alone- See sp link)
৩৯:১২✅(মহম্মদ-আ:ছা: প্ৰথম মুছলিম আছিল নেকি?-See Note)
৩৯:১৩(মহম্মদে-আ:ছা: নিজেই মহাদিৱসৰ শাস্তিলৈ ভয় কৰে, আপোনাক কি বচাব?)
.
🟨424-মিনি সূচিঃPart-424(39:16-21)Az-Zumar
৩৯:১৬(জাহান্নাম জুই মহাবিপদসমূহৰ অন্যতম)
৩৯:১৭(Note:Muhammed(a.s), who did not accept any other authority besides the Quran.Any other books besides the Quran is Tagut-See Note-link)
৩৯:১৮(কোৰআন শুনা আৰু সমালোচনাত্মকভাৱে মূল্যায়ন কৰা)(টোকা-তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ কোৰআনৰ অনুসৰণ কৰা)
৩৯:১৯(কোৰআনত বাৰে বাৰে কোৱা কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি যে আল্লাহে সদায় পাপীৰ আন্তৰিক অনুতাপ গ্ৰহণ কৰে, যদিহে সেইটো মৃত্যুৰ ঘণ্টাৰ আগতে আগবঢ়োৱা হয়,-আয়াতটোৰ শেষৰ টোকা)
৩৯:২০(The Righteous)
.
🟨👉425-মিনি সূচিঃPart-425(39:22-29)Az-Zumar
⭕৩৯:২২-২৩
22-[1️⃣নুৰ মানে কাক আৰু কিয় বুজাইছে?-See Link}
23-{2️⃣ৱহী সংৰক্ষিত হৈ থকা কিতাপখনক কিয় হাদিস বুলি কোৱা হৈছে? -লিংক চাব}{3️⃣কোৰআনৰ কিছুমান আয়াত সুসামঞ্জস্য (مُتَشَابِهًا) মানে কি?-See Link}
{4️⃣আল্লাহে কিয় "যাক ইচ্ছা হিদায়ত কৰে"-See Link}]
⭕৩৯:২৯(কেৱল সত্যৰ ওচৰত আত্মসমৰ্পণ কৰা ব্যক্তিজন পণ্ডিত, শ্বেইখ, হাদীছ কিতাপ, ফতোৱা আদি বহুতো পৰস্পৰ বিৰোধী কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰা ব্যক্তিৰ সৈতে একে হ’ব পাৰেনে?)
.
🟨426-মিনি সূচিঃPart-426(39:30-41)Az-Zumar
৩৯:৩০✅(Hadith: A Gross Blasphemy-"You (Muhammad) will surely die, just like they will die")(Interesting video inside note 3:144)
৩৯:৩১(তাৰ পিছত কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা-43:44 / 25:30)
৩৯:৩২(Note of -✅"al kāfirūn")
৩৯:৩৮(tawakkaltu-mutawakkilūn-আল্লাহৰ ওপৰত ভৰষা মানে কি?-See Note/link)
৩৯:৪১(Meaning of al kitāb, bil ḥaqqi-টোকা)
.
🟨427-মিনি সূচিঃPart-427(39:42-49)Az-Zumar
৩৯:৪২✅(Death:Person(nafs)=Consciousnes-See Note/link)
৩৯:৪৩-৪৪✅(Polytheists are Disturbed when God is Mentioned Alone-Intercession
-link-ছুপাৰিছকাৰী=অকল আল্লাহৰ কথা উল্লেখ কৰিলে মুশ্বৰিকসকল বিচলিত হয়-১২:১০৬)
৩৯:৪৫✅(The Greatest Criterion-৩:১৮ আয়াতত সাক্ষ্য দিয়াৰ পিছতো তথাকথিত মুছলমানসকলৰ অধিকাংশই মহম্মদৰ(আ:ছা:) নাম যোগ কৰাৰ ওপৰত জোৰ দিয়ে।-See note)
.
🟨👉428-মিনি সূচিঃPart-428(39:50-59)Az-Zumar
[[৩৯:৫৩-৫৯✅(অতি গুৰুত্বপূৰ্ণ আয়াত। সেই মহা বিপদ অহাৰ আগেয়ে নিজকে শুদ্ধৰাই অৰ্থাৎ মৃত্যুৰ আগতে কোৰআনৰ অভিমুখী হওঁক। কাৰণ প্ৰত্যেক দিনাই টোপনিত ৰুহ বাহিৰ কৰা হয়-৩৯:৪২ আৰু মৃত্যুৰ আগ মুহূৰ্ত্তত তওবা কবুল নহয়-৪:১৮। গতিকে তিলমানো সময় নষ্ট নকৰিব। নহ'লে বৰ প্ৰস্তাৱ -৩৯:৫৬-৫৯।
✅(To fb-আজিৰ এই ৯টা আয়াত থকা খণ্ডটো কেবাটাও বিশেষ কাৰণত চোৱাটো জৰুৰী।তাৰে এটাৰ কাৰণ হৈছেঃ আল্লাহৰ কথা কোৱাৰ ষ্টাইল, য'ত ব্যৱহৃত হৈছে iltifāt (إلتفات) style.(39:53)]]
.
🟨429-মিনি সূচিঃPart-429(39:60-69)Az-Zumar
৩৯:৬০-৬১(কিয়ামতৰ দিনা, তেওঁৰ মুখখন ক'লা/বগা হৈ গ'ল-ৰ তাৎপৰ্য -See note। আৰু তাক্বৱা অৱলম্বন কৰা সকলৰ চিন্তা নাই)
৩৯:৬২(ref-proofs,scripture,Book)
৩৯:৬৩(ref-আল্লাহে বিজ্ঞানৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডখন অন্বেষণ কৰিবলৈ মানুহক সুবিধা কৰি দিছে)("ayat" means-see link)
৩৯:৬৫✅(সৃষ্টি প্ৰকৃতিৰ যিকোনো বস্তুকে আল্লাহ হিচাপে ধৰি ৰখাটো (সেয়া মূৰ্তি হওক বা মানসিক প্ৰতিনিধিত্ব বা ধাৰণা হওক) শ্বিৰ্ক-টোকাৰ লিংক চাব)
৩৯:৬৭✅(Greatness of God.
পৃথিৱী নামৰ অসীম ক্ষুদ্ৰ টোপোলাটোত মেৰী, যীচু, মহম্মদৰ দৰে ক্ষুদ্ৰ জীৱবোৰ বাস কৰিছিল। তথাপিও কিছুমান মানুহে এই শক্তিহীন মানুহবোৰক দেৱতা হিচাপে স্থাপন কৰে!-See note/link)
৩৯:৬৯✅কেয়ামতৰ বৰ্ণনা (Imp.see verse/note/👉corrections-link)
.
🟨430-মিনি সূচিঃPart -430(39:70-75)Az-Zumar
৩৯:৭১-৭২✅(জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল- এই মানুহবোৰ কোন যি কোৰআনৰ মতে ইবাদত কৰা নাছিল?-লিংক চাব)(জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা তাত স্থায়ীভাৱে থাকা)
৩৯:৭৩-৭৪(চিৰস্থায়ী জান্নাত)
৩৯:৭৫✅(যেতিয়াই কোৰআনত আল-আৰ্চ(الْعَرْشِ) ("[আল্লাহৰ] সিংহাসন") শব্দটো দেখা যায়, তেতিয়াই ইয়াক তেওঁৰ সকলো বস্তুৰ ওপৰত নিৰপেক্ষ আধিপত্যৰ উপমা হিচাপে ব্যৱহাৰ কৰা হয়-টোকা চাওঁক)
৩৯:৭৫✅(Know Arsh,7Heavens+1=Eight-See v.sp.Note)
🟨🟨🟨The End Chapter🟨🟨🟨
Comments
Post a Comment