Posts

Showing posts with the label 🟥Part-389(34:01-09)Saba'(Sheba)

🟥Part-389(34:01-09)Saba'(Sheba)

🌐Part-389(34:01-09)Saba'(Sheba) Video - https://youtu.be/7QiIq-T2nUs ________________________________________ মিনি সূচিঃPart-389(34:01-09)Saba'(Sheba) ৩৪:১(সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক) ৩৪:২(আল্লাহে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক পুষ্টি প্ৰদান কৰে আৰু অসম্পূৰ্ণতাক মুক্ত কৰে) ৩৪:৩(The Hour will come so that each Person will be rewarded or punished in accordance with His Deeds) ৩৪:৪✅(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?মুমিন"ৰ (the believers)মাপ-কাঠি (benchmark) কি?-Link) ৩৪:৫(যিসকলে আল্লাহৰ আয়াতক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি) ৩৪:৬✅(কেৱল আল্লাহে দিয়া শিক্ষাৰ দ্বাৰাইহে কোৰআন বুজাৰ জ্ঞান আৰু সৰল পথ প্ৰাপ্ত হ'ব পাৰে) ৬৪:৭(কাফিৰসকলে মৃত্যুৰ পিছত জীৱনক অস্বীকাৰ কৰা, আৰু তেওঁলোকৰ দৃষ্টিভংগীৰ খণ্ডন) ৩৪:৮(কোৰআনৰ প্ৰতি বিভ্ৰান্তিত থকাসকলেই আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে) ৩৪:৯(আল্লাহৰ নিদৰ্শন আৰু আয়তাল কুৰছি) ________________________________________ Introduction: The title of this chapter is...