Posts

Showing posts with the label 🌀🏟️৭৯

🌀🏟️৭৯

🏟️631-মিনি সূচিঃPart-631(79:01-07)Al-Naaze'aat ৭৯:১-৭(ইয়াত কেয়ামত ঘটিবই বুলি পাঁচটি বৈশিষ্ট্যৰ শপত কৰা হৈছে) (ভিডিঅ'টেমপ্লেট: (Code:5-23)৩:৭(মুহকামত আৰু মুতাশ্বাবিহ আয়াত): . 🏟️632-মিনি সূচিঃPart-632(79:08-24)Al-Naaze'aat ৭৯:১৪(ref:কিয়ামত সংঘটিত হোৱাৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।) ৭৯:১৫(মূছাৰ ঘটনাটো পঢ়িছেনে? সকলোৱে বিচাৰৰ দিনা জীৱনত যিয়েই কৰিলে তাৰ উত্তৰ দিব লাগিব, আৰু এই দায়িত্বৰ প্ৰতি মানুহক সচেতন কৰাটো প্ৰতিজন নবীৰ মূল কাম- টোকা আছে।) ৭৯:১৮(পৱিত্ৰ কেনেকৈ হয়? টোকা আছে) . 🏟️633-মিনি সূচিঃPart-633(79:25-46)Al-Naaze'aat ৭৯:২৭(ref:সমগ্ৰ আল্লাহ-সৃষ্ট বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা আৰু জটিলতাৰ তুলনাত মানুহৰ তুচ্ছতাক আঙুলিয়াই দি বিশ্বব্ৰহ্মাণ্ডৰ "মানুহকেন্দ্ৰিক" দৃষ্টিভংগীক খণ্ডন কৰে- টোকা আছে।) ৭৯:৩০(বৰ্তমান সময়ত পৃথিৱীখনক বিস্তৃত কৰিছে বুলিলে গোল পৃথিৱীখনকে বিস্তৃত কৰিছে বুলি ধাৰণা কৰিব। কিন্তু, এই কথাটোকে তথাকথিত হাদিস আৰু বাইবেলৰ প্ৰভাৱত আজিৰ পৰা প্ৰায় ৪০-৪৫বছৰৰ আগলৈকে পৃথিৱীখন যে কণীৰ দৰে গোল এই কথাট...