Posts

Showing posts with the label 🌀🚍৭৭

🌀🚍৭৭

🚍625-626- মিনিসূচিঃPart-625-626(77:01-26)Al-Mursalaat ৭৭:৪(কোৰআন হ'ল ফুৰকান যি সঁচা মিছাৰ সুস্পষ্টৰূপে পাৰ্থক্যকাৰী। মুছাকো কিতাব আৰু ফুৰকান দিয়া হৈছিল-৭৭:৪। এই কোৰআনৰ আধাৰত সত্যক গ্ৰহণ কৰি অসত্যক পৰিহাৰ কৰি নিজৰ জীৱন পৰিচালিতৰ বিচাৰৰ দিনা উন্মুক্ত কৰা হ'ব-৭৭:১৩। বিচাৰৰ দিনা কোৰআন মেলিলৈ, নবীসকলক আৰু সাক্ষীসকলক আগত ৰাখি ন্যায় বিচাৰ কৰা হ'ব -৭৩:১১) ৭৭:২০-২৬(মানৱৰ জন্ম বৃতান্ত)। । 🚍🚍🚍🚍🚍🚍🚍