❤️🩹Part-448(41:37-39)Fussilat(Detailed)
✔️Part-448(41:37-39)Fussilat(Detailed) ✔️Video- https://youtu.be/oGvBPmAEthY 💖(শ্লোগানঃ পৰমপৰা নহয়, বাস্তৱলৈ ঘূৰি আহক) .___________________________________________ 💖And who is better in speech than he who invites to Allah-41:33 .___________________________________________ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ" .___________________________________________ মিনি সূচিঃPart-448(41:37-39)Fussilat ৪১:৩৭(তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক- টোকা আৰু এই খণ্ডৰ ভিডিঅ' চাব) ৪১:৩৮(অবিশ্বাসকাৰিয়ে(অহংকাৰী) আল্লাহৰ ইবাদত নকৰিলে তেওঁৰ কোনো লোকচান নহয়।ফিৰিস্তাসকলে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে) ৪১:৩৯(আল্লাহেই মৃতসকলৰ জীৱন দানকাৰী) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অন...