Posts

Showing posts with the label 🌀🎲৯৬

🌀🎲৯৬

🎲667-668-মিনি সূচিঃPart-667-668(96:01-19)Al-'Alaq ৯৬:১-৫(The use of knowledge is power. See verses)নবী মহম্মদ-আ:ছা: যে এজন সাক্ষৰ(literate) মানুহ আছিল তাৰ আন এটা প্ৰমাণ।)।(Alaq(عَلَقٍ) means Leech,but the hadith makers preferred blood-clot).(আল্লাহে শিক্ষা দিছে কোৰআন কলমেৰে-টোকা আছে) ৯৬:৬-৮[মানুহে সীমালঙ্ঘন(তাঘূত=মিছা গ'ডক অৰ্থাৎ নবী আদিৰ ইবাদত কৰা) কৰি ভাল পায়। আল্লাহে শেষত ইয়াৰ বিচাৰ কৰিব] ৯৬:৯-১৯✅(আজি দুবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত কিছু কথা: আজি "বিশ্লেষণাত্মক কোৰআনচৰ্চা(লিখনি)+একমাত্ৰ পথ(ভিডিঅ')" অৰ্থাৎ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ" ২(দুই)বছৰ হোৱাৰ প্ৰাকক্ষণত কাকতালি হিচাপে ৯৬:আল-আলাক ছুৰাটো সম্পূৰ্ণ হ'ল(খণ্ড-৬৬৮)। আলহামদুলিল্লাহ। এই ছুৰাটোত ৯৬:৯-১৯লৈ আমাৰ উদ্দেশ্যৰ কথা আৰু ইয়াৰ বিপৰীত চিত্ৰখন পৰম কৰুণাময় আল্লালেই চিত্ৰিত কৰি দিলে। আমি আল্লাহে কোৰআন যেনেকৈ ব্যাখ্যা(২৫:৩৩) কৰিছে তেনেকৈয়ে বিশ্লেষণ কৰি আহিছো। কিন্তু, বহুতে আমাৰ ব্যাখ্যা আৰু ভিডিঅ' চাই, কিন্তু তেওঁলোকে নিজৰ কোৰআনৰ বাহিৰৰ স্থিতিৰ পৰা তিলমানো লৰচৰ নহৈ মুখ ঘূৰাই লয়।...