🏟️Part-633(79:25-46)Al-Naaze'aat (The Snatchers)
✔️Part-633(79:25-46)Al-Naaze'aat (The Snatchers) ✔️Video- https://t.ly/Ex7N by Muktabul .__________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .__________________________________________ ✔️ভিডিঅ'টেমপ্লেট: (Code:5-23) ৩:৭(মুহকামত আৰু মুতাশ্বাবিহ আয়াত): https://iiqassyedraf.blogspot.com/2023/07/blog-post.html .__________________________________________ মিনি সূচিঃPart-633(79:25-46)Al-Naaze'aat ৭৯:২৭(ref:সমগ্ৰ আল্লাহ-সৃষ্ট বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা আৰু জটিলতাৰ তুলনাত মানুহৰ তুচ্ছতাক আঙুলিয়াই দি বিশ্বব্ৰহ্মাণ্ডৰ "মানুহকেন্দ্ৰিক" দৃষ্টিভংগীক খণ্ডন কৰে- টোকা আছে।) ৭৯:৩০(বৰ্তমান সময়ত পৃথিৱীখনক বিস্তৃত কৰিছে বুলিলে গোল পৃথিৱীখনকে বিস্তৃত কৰিছে বুলি ধাৰণা কৰিব। কিন্তু, এই কথাটোকে তথাকথিত হাদিস আৰু বাইবেলৰ প্ৰভাৱত আজিৰ পৰা প্ৰায় ৪০-৪৫বছৰৰ আগলৈকে পৃথিৱীখন যে কণীৰ দৰে গোল এই কথাটো মানি লোৱা নাছিল,ফলত কি কি ঘটিব পাৰে এডিপৰ তলৰ লিংকত চাওঁক...