💚Part-413-(37:128-150)As-Sãffãt(The Arrangers)
✔️Part-413-(37:128-150)As-Sãffãt(The Arrangers) ✔️Video- https://youtu.be/Yhm7rlnSlgM __"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__ .___________________________________________ মিনি সূচিঃPart-413-(37:128-150)As-Sãffãt ৩৭:১৩৩(LOT SAVED FROM CORRUPT PEOPLE) ৩৭:১৩৯-১৪৮[Jonah(ইউনুছো) and the Fish]-See note/link) ৩৭:১৪০-১৪২✅[আল্লাহৰ পথনিৰ্দেশনা লাভ কৰাৰ আগতে গুচি যোৱাৰ সিদ্ধান্ত লৈছিল (migrate.) তেওঁ নিজৰ এচাইনমেণ্ট এৰি তাৰ পৰাই গুচি গ’ল। তেওঁ আনৰ সৈতে সম্পূৰ্ণ বোজাই কৰা নাও এখনত যোগদান কৰিলে।এই পদক্ষেপ আল্লাহৰ আইন বিৰোধী আছিল। গতিকে ইউনুছ নদীৰ পানীত পৰি গ'ল আৰু তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।(কিন্তু ইয়াৰ অনুবাদত যি লটাৰীৰ কথা কৈছে সেয়া বাইবেলৰ অনুবাদ।কিন্তু নবীসকলে লটাৰীত অংশগ্ৰহণ নকৰে, যিটো এক প্ৰকাৰ জুৱা খেল)] ৩৭:১৪৩(remember God and to repent) ৩৭:১৪৮(ref-10:98:The Qur'an points out in many places that no prophet has ever been immediately accepted as such and followed by all of his people, and that many a community perished in...