Posts

Showing posts with the label 🏉Part-501(48:26-29)Al-Fatt-h

🏉Part-501(48:26-29)Al-Fatt-h(Victory)

✔️Part-501(48:26-29)Al-Fatt-h(Victory) ✔️Video- https://youtu.be/7VKP6N1upfU .___________________________________________ মিনি সূচিঃPart-501(48:26-29)Al-Fatt-h ৪৮:২৭(হজত মূৰ খুৰুৱাৰ লগৰ আয়াত ২:১৯৬ -টোকা চাব) ৪৮:২৮(We are promised that God's system will prevail over falsehood.Quran is the start of the new era) ৪৮:২৯(মুহাম্মদৰ-আ:ছা: সহচৰসকল(চাহাবা) কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; কিন্তু ইছলামৰ নামত কলংকিত এখন মিছা উট যুদ্ধৰ ঐতিহাসিক ভাৱে লিপিবদ্ধ কৰিছে ইছলামৰ শত্ৰুবোৰে! এই যুদ্ধ কোৰআন বিৰুদ্ধ)-Imp.S.Video on 48:29 https://youtu.be/xeo51NFqzdw .___________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ'মুক্তাবুল হুছেইন .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজন...