🌀🚵৬১
🚵564-565-মিনি সূচিঃPart-564-565(61:01-04)(05-08)Al-Suff ৬১:২-৩(তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?) ৬১:৬(এই আয়াতত-ঈছাই(আ:ছা:) ভৱিষ্যদ্বাণী কৰা "আহমদ" তেওঁৰ পিছৰ ৰাছুলজন হজৰত মহম্মদ নহয়; কিন্তু, মহম্মদৰ আগতে অহাটোও নহয়। গতিকে এই ৰাছুলজনৰ আগমন মহম্মদৰ আগতে বা পিছত অহা অথবা ঈছা(আ:ছা:) নিজেই -৫:১১০ চাব+raf's video) ৬১:৭(Zaalimeen?) . 🚵566-মিনি সূচিঃPart-566(61:09-14)Al-Suff ৬১:৯(THE DEEN ISLAM: AN ESTABLISHED ORDER) ৬১:১০-১১(The Best Deal: তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা- ইয়াৰ তাৎপৰ্য ৯:১১১ৰ টোকাৰ লিংক চাওঁক) ৬১:১৪(ঈছাক-আ:ছা: হাৱাৰীসকলে ‘আল্লাহৰ পথত সহায় কৰিছিল) 🚵🚵🚵The end of the Chapter🚵🚵🚵