Posts

Showing posts with the label 🌀🤬৬৬

🌀🤬৬৬

🤬581-মিনি সূচিঃPart-581(66:01-03)Al-Tahreem ৬৬:১(Halal-Haram only from Allah,You and also Rasool can't: নবী/ৰছুলসকল ভুলৰ উদ্ধত নহয়-note/link) ৬৬:২{God is the only mawla (lord and master) of people} ৬৬:৩(ref:৩৩:৫৩-পৃথিৱীৰ আটাইতকৈ ব্যস্ত মানুহজন শেষ নবীজনে কেতিয়া গল্পকাৰ হ’বলৈ সময় পালে যে মুহাদ্দিছসকলে তেওঁৰ নামত ১৪ লাখ আহাদীছৰ আখ্যানৰ এক বিশাল বাণ্ডিল সংগ্ৰহ কৰিছে? য'ত কথা-বতৰাৰে(حَدِيثٍ) তেওঁক ব্যস্ত নকৰিবলৈ আল্লাহে বাধা আৰোপ কৰিছে।) . 🤬582-মিনি সূচিঃPart-582(66:04-07)Al-Tahreem ৬৬:৪(চোৰাংচোৱাগিৰি কৰি নবীৰ হাদিস লিখা নিষেধ:  https://bit.ly/3BoA4q6 ) ৬৬:৫(তথাকথিত বহু অনুবাদৰ ভুলবোৰ চাব)(ref:9:112 see at last) ৬৬:৬(হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা) ৬৬:৭(alladhīna kafarū means)(কাফৰা মানে যিসকলে কোৰআনৰ সতৰ্কবাণী বা উপদেশ প্ৰত্যাখ্যান কৰে বা অস্বীকাৰ কৰে) . 🤬583-মিনি সূচিঃPart-583(66:08-12)Al-Tahreem ৬৬:৮(দোৱাঃ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’...