🌀🎹৫৩
🎹522-মিনি সূচিঃPart-522(53:01-10)Al-Najm ৫৩:১-৪✅{Misinterpretation 53:4(2-4)-see link)(Note on revelation & inspiration-53:4) ৫৩:৫-৮(নবী মহম্মদে-আ:ছা: দুবাৰ ফিৰিস্তাজনক ওচৰৰ পৰা দেখিছিল আৰু ✔️সকলো যোগাযোগ মানসিকভাৱে কৰা হৈছিল, -টোকা চাব) ৫৩:৯-১০(দুয়োজন দুখন ধেনুৰ দুৰত্ব ৰ’ল মানে নিচেই ওচৰত-টেম্পপ্লেত চাব) . 🎹523-মিনি সূচিঃPart-523(53:11-23)Al-Najm ৫৩:১২-১৮✅(Miraj from Viraz-See imp link) (ইছৰা আৰু মিৰাজ: ইছৰা ঘটিছিল-১৭:১, ৫৩:১-১৮, কিন্তু ইয়াৰ লগত জড়িত সাধুকথাবোৰ কোৰআনৰ পোহৰত তন্ন তন্নকৈ পৰীক্ষা কৰিলে কোনো যুক্তিযুক্ততা নাথাকে।)(এই চিহ্নিত 🌹১৭:১ৰ টোকা চাব) ৫৩:১৯(মক্কাৰ মূৰ্তিবোৰ আছিল মিছা বৈশিষ্ট্যৰ) (Meccan mushriks (polytheists) were praying in the Sacred Masjid, practicing pilgrimage, and were also fasting (8:35; 9:19; 2:199) . 🎹524-মিনি সূচিঃPart-524(53:24-28)Al-Najm ৫৩:২৫-২৬✅(ছুপাৰিছঃ শেষ বিচাৰৰ দিনা আল্লাহৰ বাহিৰে আন কোনো ছুপাৰিছকাৰী নেথাকিব। কোৰআনত উল্লেখ কৰা মহম্মদৰ একমাত্ৰ ছুপাৰিছকাৰীৰ ভিতৰত তেওঁৰ লোকসকলে কোৰআন পৰিত্যাগ কৰি তেওঁক মূৰ্তি হিচাপে লোৱাৰ অভিযোগ থাকিব...