🌀🛖৮১
🛖637-মিনি সূচিঃPart-637(81:01-05)Al-Takweer TEMPLATE(Patt-637):(সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা-2:42) ৮১:১(বিচাৰৰ দিনা কি হ’ব, আৰু সেয়াই হ’ল সূৰ্য্যৰ গুটিয়াই লোৱা) . 🛖638-মিনি সূচিঃPart-638(81:06-29)Al-Takweer ৮১:৮-৯(Women’s rights will be restored.The barbaric custom of burying female infants alive seems to have been fairly widespread in pre-Islamic Arabia) ৮১:১০-১৮(শেষ বিচাৰৰ সময়ত আমলনামাসমূহ উন্মোচিত কৰা হ’ব, আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব, জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব আৰু আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব। আল্লাহে নক্ষত্ৰ,অদৃশ্য,ৰাতি,প্ৰভাতৰ শপতলৈ ইয়াৰ সত্যতা সুদৃঢ় কৰিছে।) ৮১:২৭-২৯(কোৰআন সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী-৬৮:৫২। তাৰ বাবে যিয়ে সৰল পথত চলিব বিচাৰে-১:৫, যদিহে আল্লাহে ইচ্ছা কৰে।) 🛖 Chapter🛖End🛖