🟣Part-347(27:13-26)An-Namal(The Ant)
🔳Part-347(27:13-26)An-Namal(The Ant) 🔳Video - https://youtu.be/iJuS4pC-_vQ 🔳Blog-1(Ch 01-21):https://bit.ly/3TCPpv1 🔳Blog-2(Ch 22-end):https://bit.ly/3Qekhix ।।। 🔳মিনি সূচিঃPart-347(27:13-26)An-Namal ২৭:১৮-১৯(মন কৰিব যে পিঁপৰাটোৱে চলোমনৰ লগত কথা নাপাতি তাইৰ সংগীসকলৰ লগত কথা পাতিছিল আৰু তেওঁলোকক সতৰ্ক কৰি দিছে যে তেওঁলোকে নিজকে ৰক্ষা কৰিব লাগে-টোকা) ২৭:২৬✅(কোৰআনৰ কিছুমান আয়াতৰ পাছত থকা ছিজদাহ চিহ্নটো মানৱ ৰছিত -টোকা চাওঁক) ।।। 🟠২৭:১৩ فَلَمَّا جَاءَتْهُمْ آيَاتُنَا مُبْصِرَةً قَالُوا هَٰذَا سِحْرٌ مُبِينٌ তাৰ পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ’ল, সিহঁতে ক’লে, ‘এইটো সুস্পষ্ট যাদু’*।(Arabic: siḥr — sorcery. See note to 2:102-search in blog) . ✍️Verse/note: 27:13 But when Our light-giving messages came unto them, they said, “This is clearly [but] spellbinding deception!" Note. See on 10:76. The people referred to as "they" are Pharaoh and his nobles.(as). (১০:৭৬ فَلَمَّا جَاءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوا إِنَّ هَ...