Posts

Showing posts with the label 🌀🍄৬৪

🌀🍄৬৪

🍄573-574- মিনি সূচিঃPart-573-574(64:01-02) (03-07) Al-Taghaabun: ৬৪:১(How do you glorify God?) ৬৪:২(ref:সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো অগ্নি) ৬৪:৪(আল্লাহে সকলো জানে আৰু  তোমালোকৰ অন্তৰসমূহত যি গোপন আছে তাকো জানে-টোকা আছে) ৬৪:৫(কুফৰী কৰিছে মান কি?-টোকা চাব) ৬৪:৭(পুনৰুত্থিত নিশ্চিত) . 🍄575-মিনি সূচিঃPart-575(64:08-11)Al-Taghaabun ৬৪:৮(নূৰ মানে কোৰআন যিখন আৱতীৰ্ণ/নাযিল হৈছে। তোমালোকে আল্লাহক মান্য কৰা অৰ্থাৎ ৰছুলক মান্য কৰা অৰ্থাৎ কোৰআনক মান্য কৰা- টোকা চাব) ৬৪:১১(আল্লাহৰ অনুমতিবিহীন কোনো বিপদেই* আপতিত নহয়-টোকা আছে) . 🍄576-মিনি সূচিঃPart-576(64:12-18)Al-Taghaabun ৬৪:১২-১৩(তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা মানে কি?) ৬৪:১৪(একক ভাবে কোৰআনক মান্য কৰিবলৈ যাওতে কেতিয়াবা পত্নী/পতি(spouses) ইজনে সিজনৰ আৰু সন্তানৰ লগতো শত্ৰুতা আহি যাব পাৰে কাৰণ, টোকা চাওঁক) ৬৪:১৫(তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰষ্কাৰ) ৬৪...