🌀🍅৬৮
🍅588-মিনি সূচিঃPart-588(68:01-07)Al-Qalam আগ-কথাতঃ "কলম" আৰু "হাদিস" ৬৮:১(Pen-refs:96:3-5) ৬৮:২(মহম্মদৰ-আ:ছা: সমসাময়িক বেছিভাগেই তেওঁৰ প্ৰচাৰৰ আৰম্ভণিতে যি ঠাট্টা-মস্কৰাৰ কৰিছিল, আৰু বহু বছৰ ধৰি তেওঁক উপহাস কৰি থাকিল, তাৰ ইংগিত। বহল অৰ্থত ওপৰৰ অংশটো - কোৰআনত সঘনাই হোৱাৰ দৰে - কেৱল নবীৰ সৈতে নহয়, তেওঁক অনুসৰণ কৰা বা অনুসৰণ কৰিবলগীয়া সকলোৰে সৈতেও জড়িত) ৬৮:৪(("খুলুক-خُلُقٍ" শব্দটোৱে ব্যক্তিগত চৰিত্ৰতকৈ বহল অৰ্থত ব্যৱহাৰ হৈছে।টোকা চাব) . 🍅589-মিনি সূচিঃPart-589(68:08-19)Al-Qalam ৬৮:১০-১৯(দুৰ্নীতিগ্ৰস্থ মানুহে ভুগিব লাগিবঃ 🖋️১অৱজ্ঞাসূচক শপত নাখাবা ২পিঠিৰ আঁৰত নিন্দা৩ আৰু চোগলখুৰী নকৰিবা৪কল্যাণৰ কামত বাধা নিদিবা৫ সীমালঙ্ঘনকৰি পাপিষ্ঠ নহবা৬দুষ্ট প্ৰকৃতিৰ৭ আৰু কুখ্যাত নহবা। 🖋️ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী হোৱা দুৰ্নীতিগ্ৰস্থ মানুহে আল্লাহৰ কালামক বিশ্বাস নকৰে। কিবা কৰাৰ আগতে সিহঁতে ‘ইন শ্বা আল্লাহ’ বুলি নকয়, ফলত সিহঁতৰ ধন-সম্পদ থাকিলেও ক্ষতিগ্ৰস্ত হয়।) . 🍅590-মিনি সূচিঃPart-590(68:20-33)Al-Qalam ৬৮:২৮(আল্লাহৰ প্ৰশংসা বা মহিমা আবেগত মুখেৰে কোৱা কথ...