🌀🛟৪৪-মিনি সূচিঃছুৰা আদ-দুখান(০১-৫৯)
🛟470-471-মিনি সূচিঃPart-470-471(44:01-12)Al-Dukhãn ৪৪:১-২(হা-মীম। শপত সুস্পষ্ট কিতাবৰ-লিংক) ৪৪:৩-৪(-প্ৰচলিত লাইলাতুল কদৰ/চবে বাৰাত: (Laylatul-Qadr-the Night of Decree) মুছলমানসকলৰ বাবে আদেশৰ ৰাতি হৈছে এক ধন্য ৰাতি য’ত ভাগ্যৰ নিষ্পত্তি কৰা হয় আৰু য’ত গোটেই বছৰজুৰি ঘটা জীৱন, মৃত্যু আদিৰ লগত জড়িত সকলো কথা নিৰ্দেশ দিয়া হয়। এই ৰাতিটোক বুলি কোৱা হয়, যি ৰাতি আল্লাহৰ আল্লাহৰ আজ্ঞাবোৰ পাৰ্থিৱলৈ নমাই অনা হয়।➡️এইবোৰ কোৰআনৰ বিপৰীত কথা।) ৪৪:৮(ref-আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক।) ৪৪:১০-১২[পৰিৱেশৰ দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰা হৈছে(পৃথিৱীৰ অন্ত: কোৰআনত সংকেত কৰা হৈছে)টোকা] . 🛟472-মিনি সূচিঃPart-472(44:13-28)Al-Dukhãn ৪৪:১৩(যেতিয়া মানুহক ৰছুলৰ দ্বাৰা সকীয়াই দিয়া হৈছে তেতিয়া তেওঁলোকৰ ধ্বংসৰ বাবে আৰু কোনো প্ৰয়োজনীয়তা নাই) ৪৪:১৫(ref-আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব) ৪৪:১৭-২৮(MOSES LEADS HIS PEOPLE) . 🛟473-মিনি সূচিঃPart-473(44:29-42)Al-Dukhãn ৪৪:৩১(ফিৰআউনৰ ক...