🟩Part-418(38:27-40)Saad(ص)ছুৰা-ছা'দ
✔️Part-418(38:27-40)Saad(ص)ছুৰা-ছা'দ ✔️Video- https://youtu.be/OdXMiPLgsWo __"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__ এই খণ্ডটোৰ ৰসাল ভিডিঅ' চাব . মিনি সূচিঃPart-418(38:27-40)Saad(ص) ৩৮:২৭(আল্লাহে কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই-Note)✅(আল্লাধিনা কাফৰু - যিসকলে সতর্কবাণীক উপেক্ষা কৰে-লিংক চাওঁক) ৩৮:২৮✅(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?) ৩৮:২৯✅(Research the Quran within Quran: (DON'T ASSOCIATE ANYTHING WITH ALLAH: 7:33, 4:36, 6:151-see link) ৩৮:৩০(Solomon is Tested by Wealth) ৩৮:৩১-৪০(নবী ছুলাইমানৰ(আ:ছা:) কথা) . 🟪৩৮:২৭ وَمَا خَلَقْنَا السَّمَاءَ وَالْأَرْضَ وَمَا بَيْنَهُمَا بَاطِلًا ۚ ذَٰلِكَ ظَنُّ ⬅️الَّذِينَ كَفَرُوا ۚ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنَ النَّارِ আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই*। এইটো ধাৰণা কেৱল সিহঁতৰ ➡️যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ। . ✍️[[➡️যিসকলে কুফৰী কৰিছে(الَّذِينَ كَفَرُوا)= 34:31-Quranic meaning:alladhīna kafarū-কুফুৰী কৰা: link: alladhīna kafarū...