🌀🪵৫৬
🪵538-মিনি সূচিঃPart-538(56:01-14)Al-Waaqe'ah ✔️Pre-Page: https://bit.ly/40iJGgU ৫৬:১-১৪(কিয়ামত সংঘটিত হ'বই। পৃথিৱী প্ৰবল কম্পনেৰে কম্পিত হ’ব,পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,মানুহবোৰ তিনিটা দলত বিভক্ত হৈ পৰিব।সোঁফালৰ দলটো সৌভাগ্যবান হ'ব,বাওঁফালৰ🌙 দলটো দুৰ্ভগীয়া হ'ব, তৃতীয় এটা দল অগ্ৰগামী🌹 হ'ব আৰু এওঁলোকৰ স্থান হ'ব জান্নাতসমূহত, ইয়াত কিছু সংখ্যক হ’ব পৰৱৰ্তীসকলৰ মাজৰ পৰা।) (🌙 আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য) (🌹এই দলত লগ হ'বলৈ মুত্ত্বাক্বী হ'ব লাগিব-৩:১৩৩) ৫৬:১৪(১৩ আৰু ১৪ পদটো সাধাৰণতে ৰচনা কৰা পৰম্পৰাৰ প্ৰভাৱত অনুবাদ কৰা হৈছে, যাৰ অৰ্থ হ’ল জান্নাতৰ অধিকাংশ বাসিন্দা মহান হজৰত মহম্মদৰ আগমনৰ আগৰ পুৰণি প্ৰজন্মৰ পৰা আহিব, আৰু কিছুমান পৰৱৰ্তী প্ৰজন্মৰ পৰা আহিব। এইটো স্পষ্টভাৱে কোৰআন আৰু ঐশ্বৰিক ন্যায়ৰ বিৰুদ্ধে। আৰু ই নিশ্চিতভাৱে ঈশ্বৰৰ নিখুঁত চূড়ান্ত প্ৰকাশক তুচ্ছজ্ঞান কৰে-56:39-40) . 🪵539-মিনি সূচিঃPart-539(56:15-38)Al-Waaqe'ah ৫৬:১৮-১৯(জন্নতত কোনো সুৰাৰ/wine ব্যৱহাৰ নাথাকিব-টোকা চাব) ৫৬:২২(হূৰসকল বুলিলে কেৱল স্ত্ৰী লিংগকেই নু...