🌀🪵৫৬

✔️Pre-Page: https://bit.ly/40iJGgU
৫৬:১-১৪(কিয়ামত সংঘটিত হ'বই। পৃথিৱী প্ৰবল কম্পনেৰে কম্পিত হ’ব,পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,মানুহবোৰ তিনিটা দলত বিভক্ত হৈ পৰিব।সোঁফালৰ দলটো সৌভাগ্যবান হ'ব,বাওঁফালৰ🌙 দলটো দুৰ্ভগীয়া হ'ব, তৃতীয় এটা দল অগ্ৰগামী🌹 হ'ব আৰু এওঁলোকৰ স্থান হ'ব জান্নাতসমূহত, ইয়াত কিছু সংখ্যক হ’ব পৰৱৰ্তীসকলৰ মাজৰ পৰা।)
(🌙 আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য)
(🌹এই দলত লগ হ'বলৈ মুত্ত্বাক্বী হ'ব লাগিব-৩:১৩৩)
৫৬:১৪(১৩ আৰু ১৪ পদটো সাধাৰণতে ৰচনা কৰা পৰম্পৰাৰ প্ৰভাৱত অনুবাদ কৰা হৈছে, যাৰ অৰ্থ হ’ল জান্নাতৰ অধিকাংশ বাসিন্দা মহান হজৰত মহম্মদৰ আগমনৰ আগৰ পুৰণি প্ৰজন্মৰ পৰা আহিব, আৰু কিছুমান পৰৱৰ্তী প্ৰজন্মৰ পৰা আহিব।  এইটো স্পষ্টভাৱে কোৰআন আৰু ঐশ্বৰিক ন্যায়ৰ বিৰুদ্ধে।  আৰু ই নিশ্চিতভাৱে ঈশ্বৰৰ নিখুঁত চূড়ান্ত প্ৰকাশক তুচ্ছজ্ঞান কৰে-56:39-40)
.
৫৬:১৮-১৯(জন্নতত কোনো সুৰাৰ/wine ব্যৱহাৰ নাথাকিব-টোকা চাব)
৫৬:২২(হূৰসকল বুলিলে কেৱল স্ত্ৰী লিংগকেই নুবুজাই-টোকা চাব-৫৬:৩৪ৰ ৪৪:৫৪ৰ টোকা)।
আল্লাহে হুৰসকলক সৃষ্টি কৰিছে বিশেষৰূপত-৫৬:৩৪-৩৮
৫৬:২৪{শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ(তাগুত(শ্বিৰ্ক) বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা।}
.
৫৬:৫১-৫৫(ইতিপূৰ্বে ভোগ-বিলাসত যিসকল মগ্ন আছিল তেওঁলোকে সেই দিনটোৰ  শাস্তিক সন্দেহ কৰিছিল। তেওঁলোকক যাক্কূম গছ খাবলৈ দিয়া হ'ব। যিবিলাক পেটৰ মাজত উতলি থাকিব-লিংক চাব)
৫৬:৫০(সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ* নিৰ্দিষ্ট সময়ত’)
৫৬:৫৬(৫৬:২৪-শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ তাগুত/শ্বিৰ্ক বৰ্জন,তওবাহ কৰা,ঈমান অনা,সৎকৰ্ম কৰা। তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ: https://bit.ly/42OQRis)
৫৬:৫৭(আল্লাহৰ সৃষ্টিৰ ওপৰত চিন্তা কৰক)
.
৫৬:৭৫-৭৬(Only the Sincere Can Understand the Quran: আমি যিমানেই শিকিম সিমানেই উপলব্ধি কৰিম যে আল্লাহৰ শপত কিমান ভয়ংকৰ। -লিংক চাব)
৫৬:৭৮-৮২(কোৰআন সন্মানিত সুৰক্ষিত কিতাব। ইয়াৰ বাণীসমূহ উত্তম হাদিস(৩৯:২৩-أَحْسَنَ الْحَدِيثِ)। ইয়াৰ বিপৰীতে লাহুৱাল হাদিসৰ(لَهْوَ الْحَدِيثِ) ‏আৱিষ্কাৰ আৰু আল্লাহৰ দ্বাৰা ইয়াৰ নিষেধাজ্ঞাকৰণ:৫৬:৮১ৰ লিংক চাব। এইসকলেই ব্যৱসায় কৰি টকা উপাৰ্জন কৰে, যেনে ‘দুষ্ট চকু’ বা ‘দানৱ-অধিগ্ৰহণ’ৰ ভুৱা ডগমাৰে মানুহক ভয় খুৱাই গাঁঠি বা পানীত উৰুৱাই নিৰাময় কৰা বুলি দাবী কৰে৫৬:৮২)
🪵🪵🪵🪵🪵🪵 Chapter End 🪵🪵🪵🪵🪵🪵

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)