Posts

Showing posts with the label 🟡PART-357(28:43-50)Al-Qasas

🟡PART-357(28:43-50)Al-Qasas(The Story)

🟦PART-357(28:43-50)Al-Qasas(The Story) 🟦 VIDEO- https://youtu.be/W6WATvoL98E ।।। 🟦বিশেষ-টোকাঃPART-357(43:20-50)Al-Qasas ২৮:৪৭(আদিয় পৰা প্ৰত্যেক জনগোষ্ঠীয়েই ৰছুল আৰু কিতাপ পাইছে। গতিকে কাকো ৰেহাই দিয়া নহব) ২৮:৪৮-৪৯(আগৰ তাওৰাত পুনৰ কোৰআনত লিপিবদ্ধ: লিংক চাওঁক)(The terms shir'ah and minhaj are more restricted in their meaning than the term din)(যীচুৰ মতে তেওঁ কেৱল বিধান পূৰণ কৰিবলৈহে আহিছিল সেয়েহে ইয়াত সুসমাচাৰ(Gospel) ইঞ্জেলৰ কথা উল্লেখ কৰা হোৱা নাই।  আন এটা উল্লেখযোগ্য কথা হ’ল যে কোৰআনে তওৰাতত দিয়া সকলো সত্যক আকোৱালি লৈছে) ২৮:৫০(আল্লাহে তেওঁৰ ৰছুলসকলৰ যোগেদি আমালৈ তেওঁৰ শিক্ষা প্ৰেৰণ কৰিছে). ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🟠২৮:৪৩(The Book of Moses). وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ مِنْ بَعْدِ مَا أَهْلَكْنَا الْقُرُونَ الْأُول...