Posts

Showing posts with the label Part-675(104:01-09)Al-Humazah

😫Part-675(104:01-09)Al-Humazah

✔️Part-675(104:01-09)Al-Humazah (The Backbiter) ✔️Video- https://rb.gy/fw6ky   .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .___________________________________________ ✔️ Analysis of complete Chapter-104: প্ৰত্যেক কোৰআন তিলাৱতকাৰীয়ে মনত ৰখা ভালযে, কোৰআন কেৱল কোনো এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ বাবে নহয়। কোৰআন গোটেই বিশ্ববাসীৰ বাবে নাযিলকৃত-৬৮:৫২। এনে বহু আয়াত আছে। যদি সেয়াই হয় তেন্তে পাঁচটা স্তম্ভৰ ওপৰত কেনেকৈ ইছলাম খাড়া হ'ব পাৰে? যদি বিশ্ববাসীৰ বাবে কোৰআন নাযিল হয় তেন্তে সকলো নামাজৰ (ছালাতৰ) বাবে মছজিদলৈ যাবনে? নেযায়। পাঁচটা স্তম্ভৰ মাজত ইছলাম সীমাবদ্ধ নহয়। ই এক মনেগঢ়া কোৰআনৰ বাহিৰা কিতাপ-মছলাৰ মেনুপুলেছন। কি আছে পাঁচটা স্তম্ভতঃ ..... Read more: https://rb.gy/b0rvb . আপুনি মৰাৰ পাছত শেষ বিচাৰৰ অন্তত বেহেস্ত পাবৰ বাবে ইছলামৰ পাঁচটি স্তম্ভ: ঈমান,নামাজ, ৰোজা,হজ আৰু জাকাত অতি নিয়াৰিকৈ ঠিক যেনেকৈ নামাজ শিক্ষাৰ কিতাপত দিয়া আছে তেনেক...