Posts

Showing posts with the label 🌴Part-666(95:01-08)Al-Teen

🌴Part-666(95:01-08)Al-Teen (The Fig)

✔️Part-666(95:01-08)Al-Teen (The Fig) ✔️Video- https://youtu.be/wp7TRgx4bEo .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .___________________________________________ মিনি সূচিঃPart-666(95:01-08)Al-Teen (The Fig) ৯৫:১-৩(যদি চিনা আৰু "এই নিৰাপদ দেশ" শব্দ দুটা মুছা আৰু মহম্মদক বুজাই দিয়া প্ৰতীক হয়, তেন্তে ডুমুৰ(fig) আৰু জলফাই(olive) আন ৰছুলৰ স্থানক প্ৰতিনিধিত্ব কৰিব পাৰিবনে?-টোকা আছে) ৯৫:৪(আল্লাহে মানুহক শৰীৰ বা মানসিক প্ৰতিভাৰ নফস অনুসৰি সৰ্বোত্তম গঠনত সৃষ্টি কৰিছে-টোকা) ৯৫:৫-৬[আল্লাহে মানুহক সৃষ্টিৰ পাছত হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছে। এই "হ্রাস/হীনতমত" মানুহে নিজেই সৃষ্টি কৰিছে-২:৭ৰ টোকা আছে। কিন্তু, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোক ইয়াৰ অন্তৰ্গত নহয়-টোকা আছে] ৯৫:৭-৮(শেষ কৰ্মফল-দিন সম্পৰ্কে  আপুনি অবিশ্বাসী নেকি? কেৱল কোৰআন মানে অথবা তথাকথিত হাদিসেই মানে, সেয়া আপোনাৰ কথা কাৰণ, তোমালোকৰ দ্বীন তোমালোকৰ ব...