Posts

Showing posts with the label 🌼Part-404(36:33-45)Ya Sin

🌼Part-404(36:33-45)Ya Sin

✔️Part-404(36:33-45)Ya Sin ✔️Video- https://youtu.be/punTiQaIn14 ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" .._________________________________________ মিনি সূচিঃPart-404(36:33-45)Ya Sin  ৩৬:৩৩(God's Signs in Nature) ৩৬:৩৫(Notes on 'afala') ৩৬:৩৬(This discovery of all things existing in pairs earned the British physicist Paul Dirac the Nobel Prize in 1933) ৩৬:৪০(The Quran frequently uses the expression, "alternation of night and day" rather than "rotation of the Sun,"pulling our attention to the rotation of the planet around itself-see note) ৩৬:৪১(Invention of the First Ship) ৩৬:৪২(ref:তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে আল্লাহে সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে) ৩৬:৪৫(What is Taqwa -See link) .._________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয...