Posts

Showing posts with the label 🟡PART-360(28:76-88)Al-Qasas(end)

🟡PART-360(28:76-88)Al-Qasas(end)

🟦PART-360(28:76-88)Al-Qasas(end) 🟦VIDEO- https://youtu.be/t6BDUkOOz6Y ।।। 🟦 বিশেষ টোকা:PART-360(28:76-88)Al-Qasas 🔺২৮:৭৬-৭৭(ref-পৃথিৱীত ধন দৌলত, মৰ্যদা, শক্তিলৈ অহংকাৰ নকৰিব। নহলে ক্বাৰূন, ফিৰআউন আৰু হামানৰ দৰে শূণ্যলৈকে ধ্বংস হ'ব(v-৮১) -see note)(আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা) 🔺২৮:৮০(The real wealthy-see link) 🔺২৮-৮২(Do not be impressed by the apparent success of people whether financial or social-see Note) ২৮:৮৩(BELIEVERS: THE ULTIMATE WINNERS) 🔺২৮:৮৪(যেনে কৰ্ম তেনে প্ৰতিদান) 🔺✅২৮:৮৫(কোৰআন আপোনাক বিধানস্বৰূপে (فَرَضَ) দান কৰিছে-see imp link) 🔺২৮:৮৭(আল্লাহৰ পথৰ পৰা আঁতৰাই নি‌য়াটো শ্বিৰ্ক, অৰ্থাৎ কোৰআনৰ আয়াতৰ লগত আপোচ নহয়। যেনে: হাদিসৰ "নামাজ"ক কোৰআনৰ "ছালাত" বুজাবলৈ চেষ্টা কৰাতো শ্বিৰ্ক- টোকা চাওঁক) 🔺২৮:৮৮(ref-তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই।- টোকা চাব) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী না...