Posts

Showing posts with the label 🌀🌼৩৬-মিনি সূচিঃছুৰা য়া-ছীন(০১-৮৩)

🌀🌼৩৬-মিনি সূচিঃছুৰা য়া-ছীন(০১-৮৩)

🌼402-মিনি সূচিঃPart-402(36:01-12)Ya Sin ৩৬:১(Note on য়া-ছিন✔️(হুৰুফ মুক্কাতাট) ৩৬:৬(ref:Muhamma-a.s. have been sent as a messenger to all mankind ~ 7:158) ৩৬:১১✅(তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআন অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে) ৩৬:১২(Whatever the humans do, their actions leave permanent imprints on their own ‘self’) . 🌼403-মিনি সূচিঃPart-403(36:13-32)Ya Sin ৩৬:১৩(Messengers were Rejected by their People) ৩৬:১৪(এখন নগৰলৈ তিনিজন ৰছুল আহিছিল) ৩৬:১৫(ref-কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।) ৩৬:১৭(স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে ৰছুলৰ দায়িত্ব’) ৩৬:২০(This man from the farthest end represents the believers who journeyed a long way from the falsehood to the truth) (নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন(চতুৰ্থ জন) ব্যক্তি দৌৰি আহি ক’লে,কি ক'লে? ....৩৬:২০-২৭ চাওঁক) ৩৬:২৮-২৯(ব্যক্তিজনৰ কথা নুশুনাৰ ফল) ৩৬:৩২(সিহঁত সকলোকে একত্ৰিত কৰি আল্লাহৰ ওচৰত উপস্থিত কৰোৱা হ’ব) . 🌼404-মিনি সূচিঃPart-404(36:33-45)Ya Sin  ৩৬:৩...