Posts

Showing posts with the label 🌀🍋৬৭

🌀🍋৬৭

🍋584-586-মিনি সূচিঃPart-584-586(67:01-17)Al-Mulk ৬৭:১(সকলো ক্ষমতা আল্লাহৰ ওচৰত-লিংক চাব) ৬৭:২((আল্লাহে মানুহক সৃষ্টি কৰিছে পৰীক্ষা কৰিবৰ বাবে-টোকা চাব) ৬৭:৩-৫(The subject of seven ascending heights is still under scientific investigation -See notes and notes 67:5) ৬৭:৬-১১(যিসকলে কোৰআনৰ আইন কানুনক অস্বীকাৰ কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’ -টোকাবোৰ চাব) ৬৭:১২(যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান-টোকা চাব) ৬৭:১৬-১৭(Life of the world is too brief and unpredictable to postpone the good until tomorrow-See Notes) . 🍋587-মিনি সূচিঃPart-587(67:18-30)Al-Mulk ৬৭:১৯("ৰহমান(الرَّحْمَٰنُ)"ক সাধাৰণতে প্ৰায় সকলো অনুবাদকে "পৰম কৰুণাময়" বুলি অনুবাদ কৰে। আচলতে হ'ব লাগে "সৰ্বশক্তিমান"-টোকাৰ এই চিহ্নিৰ🔺 লিংকত চাব) ৬৭:২০(কোৰআনে "আল কাফিৰুন" বুলি কাক বুজাইছে? আচলতে ই নিজকে ধাৰ্মিক বুলি...