❤️🩹Part-446(41:24-31)Fussilat(Detailed)
✔️Part-446(41:24-31)Fussilat(Detailed) ✔️Video- https://youtu.be/_GO_GLasci8 .___________________________________________ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ" .___________________________________________ মিনি সূচিঃPart-446(41:24-31)Fussilat ৪১:২৪-২৯(দুযখ)(বিচাৰৰ দিনা, পৃথিৱীত "দ্বিতীয় সুযোগ" লাভ কৰাৰ অনুৰোধ, আল্লাহে এই অনুৰোধ নাকচ কৰিব-টোকা চাওঁক){যিয়ে আল্লাহৰ স্মৰণৰ(কোৰআন বুজাৰ) পৰা বিমুখ হয় আল্লাহে তাৰ বাবে নিয়োজিত কৰে এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়-২৫} ৪১:৩০-৩১(যিসকলে অকল আল্লাহক বিশ্বাস কৰে আৰু দৃঢ়তাৰে থিয় দিয়ে তেওঁলোকৰ বাবে সুখৰ খবৰ অৰ্থাৎ তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়-টোকা চাব) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। .___________________________________________ 🟣৪১:২৪(He...