❤️‍🩹Part-446(41:24-31)Fussilat(Detailed)

✔️Part-446(41:24-31)Fussilat(Detailed)
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-446(41:24-31)Fussilat 
৪১:২৪-২৯(দুযখ)(বিচাৰৰ দিনা, পৃথিৱীত "দ্বিতীয় সুযোগ" লাভ কৰাৰ অনুৰোধ, আল্লাহে এই অনুৰোধ নাকচ কৰিব-টোকা চাওঁক){যিয়ে আল্লাহৰ স্মৰণৰ(কোৰআন বুজাৰ) পৰা বিমুখ হয় আল্লাহে তাৰ বাবে নিয়োজিত কৰে এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়-২৫}
৪১:৩০-৩১(যিসকলে অকল আল্লাহক বিশ্বাস কৰে আৰু দৃঢ়তাৰে থিয় দিয়ে তেওঁলোকৰ বাবে সুখৰ খবৰ অৰ্থাৎ তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়-টোকা চাব)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🟣৪১:২৪(Hell)
فَإِنْ يَصْبِرُوا فَالنَّارُ مَثْوًى لَهُمْ ۖ وَإِنْ يَسْتَعْتِبُوا فَمَا هُمْ مِنَ الْمُعْتَبِينَ
এতিয়া যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস। আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।
.
✍️Verse/note:
41:24 And then, [even] if they endure [their lot] in patience, the fire will still be their abode;🩸 and if they pray to be allowed to make amends, they will not be allowed to do so:🌀

Note🩸
Sc., "unless God wills to reprieve them": see the last paragraph of 6:128 ; also on 40:12⛰️.
(৬:১২৮
وَيَوْمَ يَحْشُرُهُمْ جَمِيعًا يَا مَعْشَرَ الْجِنِّ قَدِ اسْتَكْثَرْتُمْ مِنَ الْإِنْسِ ۖ وَقَالَ أَوْلِيَاؤُهُمْ مِنَ الْإِنْسِ رَبَّنَا اسْتَمْتَعَ بَعْضُنَا بِبَعْضٍ وَبَلَغْنَا أَجَلَنَا الَّذِي أَجَّلْتَ لَنَا ۚ قَالَ النَّارُ مَثْوَاكُمْ خَالِدِينَ فِيهَا إِلَّا مَا شَاءَ اللَّهُ ۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌ
আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব আৰু ক’ব, ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহু লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ ৰব! আমাৰ মাজৰ কিছুসংখ্যকে আন কিছুসংখ্যকৰ পৰা লাভৱান হৈছে আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছো’। আল্লাহে ক’ব, ‘জাহান্নামেই তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা* কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
(*He has designed His laws in all wisdom and knowledge. God’s Design = The Hell might have an end-তেওঁ নিজৰ নিয়মবোৰ সকলো প্ৰজ্ঞা আৰু জ্ঞানেৰে ৰচনা কৰিছে।  God’s Design=নৰকৰ অন্ত হ’ব পাৰে-see link for 6:128
(⛰️40:12-press link to find it:

Note🌀
Lit., "they will not be of those who are allowed to make amends": an allusion to the request of the doomed, on the Day of Judgment, to be granted a "second chance" on earth, and to God's refusal of this request (cf. 6:27 and 32:12).
(৬:২৭
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَى النَّارِ فَقَالُوا يَا لَيْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِآيَاتِ رَبِّنَا وَنَكُونَ مِنَ الْمُؤْمِنِينَ
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক ওভোতাই দিয়া হ’লহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।
.
৩২:১২
وَلَوْ تَرَىٰ إِذِ الْمُجْرِمُونَ نَاكِسُو رُءُوسِهِمْ عِنْدَ رَبِّهِمْ رَبَّنَا أَبْصَرْنَا وَسَمِعْنَا فَارْجِعْنَا نَعْمَلْ صَالِحًا إِنَّا مُوقِنُونَ
আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধীবিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ ৰব! আমি দেখিলো আৰু শুনিলো, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।)
.
✍️Verse/note:
41:24. Even if these people endure this suffering quietly, the punishment will prevail. If 
they try to make amends and work to efface the deeds for which they had suffered so that they can earn Allah's favour, this would just not be possible (for when the time of respite is over, there is no come back). This chastisement will nevertheless stay with them; and there 
will not be any escape (16:84).pz.
(১৬:৮৪-৮৫
وَيَوْمَ نَبْعَثُ مِنْ كُلِّ أُمَّةٍ شَهِيدًا ثُمَّ لَا يُؤْذَنُ لِلَّذِينَ كَفَرُوا وَلَا هُمْ يُسْتَعْتَبُونَ
আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক ওজৰ-আপত্তি কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।
১৬:৮৫
وَإِذَا رَأَى الَّذِينَ ظَلَمُوا الْعَذَابَ فَلَا يُخَفَّفُ عَنْهُمْ وَلَا هُمْ يُنْظَرُونَ
আৰু যেতিয়া যালিমসকলে শাস্তি দেখিব তেতিয়া সিহঁতৰ শাস্তি লঘু কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।)
.
✍️Ap-refs:
২৩:১০৬-১০৮
قَالُوا رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَالِّينَ
সিহঁতে ক’ব, ‘হে আমাৰ ৰব্ব! দুৰ্ভাগ্যই আমাক পৰাস্ত কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়;
২৩:১০৭
رَبَّنَا أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَالِمُونَ
‘হে আমাৰ ৰব্ব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হম’।
২৩:১০৮
قَالَ اخْسَئُوا فِيهَا وَلَا تُكَلِّمُونِ
আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা’।
.___________________________________________
🟣৪১:২৫
۞ وَقَيَّضْنَا لَهُمْ قُرَنَاءَ فَزَيَّنُوا لَهُمْ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَيْهِمُ الْقَوْلُ فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِنَ الْجِنِّ وَالْإِنْسِ ۖ إِنَّهُمْ كَانُوا خَاسِرِينَ
আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলো, যিসকলে সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সেয়া সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
.
✍️BB-ref:(43:36)
৪৩:৩৬-৩৭✔️
وَمَنْ يَعْشُ عَنْ ذِكْرِ الرَّحْمَٰنِ نُقَيِّضْ لَهُ شَيْطَانًا فَهُوَ لَهُ قَرِينٌ
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
৪৩:৩৭
وَإِنَّهُمْ لَيَصُدُّونَهُمْ عَنِ السَّبِيلِ وَيَحْسَبُونَ أَنَّهُمْ مُهْتَدُونَ
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।
⬇️
১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।________________________________________
🟣৪১:২৬
وَقَالَ الَّذِينَ كَفَرُوا لَا تَسْمَعُوا لِهَٰذَا الْقُرْآنِ وَالْغَوْا فِيهِ لَعَلَّكُمْ تَغْلِبُونَ
আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু সেয়া তিলাৱত কৰাৰ সময়ত হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।
.
✍️Ap-ref:
৭:২০৪
وَإِذَا قُرِئَ الْقُرْآنُ فَاسْتَمِعُوا لَهُ وَأَنْصِتُوا لَعَلَّكُمْ تُرْحَمُونَ
আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।
.
✍️Note:
The Quran: literally the Recitation. (Root: Q'R). See verse and footnote 2:185.(sig).
.___________________________________________
🟣৪১:২৭
فَلَنُذِيقَنَّ الَّذِينَ كَفَرُوا عَذَابًا شَدِيدًا وَلَنَجْزِيَنَّهُمْ أَسْوَأَ الَّذِي كَانُوا يَعْمَلُونَ
সেয়ে আমি অৱশ্যে কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।
.___________________________________________
🟣৪১:২৮
ذَٰلِكَ جَزَاءُ أَعْدَاءِ اللَّهِ النَّارُ ۖ لَهُمْ فِيهَا دَارُ الْخُلْدِ ۖ جَزَاءً بِمَا كَانُوا بِآيَاتِنَا يَجْحَدُونَ
এই অগ্নি, আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান; তাত সিহঁতৰ বাবে আছে স্থায়ী আবাস, আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফলস্বৰূপ।
.
✍️Note:
Medical advice is not to smoke as it may cause cancer, sight loss and death. Passive smoke 
causes immediate harm to children and adults alike, affects the cardiovascular system and 
increases the risk of heart attacks. Despite graphic health warnings, people smoke, so is it any 
wonder smokers suffer? Similarly, those who reject the guidance in the Quran to stop harmful 
acts and regressive behaviour will suffer, and those around them will also experience the 
consequences. This is the punishment they have attracted for not implementing God's guidance. What is evil? Why do bad things happen to good people? See verses and footnotes 7:201; 8:25.(sig).
(৭:২০১
إِنَّ الَّذِينَ اتَّقَوْا إِذَا مَسَّهُمْ طَائِفٌ مِنَ الشَّيْطَانِ تَذَكَّرُوا فَإِذَا هُمْ مُبْصِرُونَ
নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে, লগে লগে সিহঁতৰ দৃষ্টি প্ৰকট হয়।
.
৮:২৫
وَاتَّقُوا فِتْنَةً لَا تُصِيبَنَّ الَّذِينَ ظَلَمُوا مِنْكُمْ خَاصَّةً ۖ وَاعْلَمُوا أَنَّ اللَّهَ شَدِيدُ الْعِقَابِ
আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) যিটো বিশেষকৈ তোমালোকৰ মাজৰ যিসকল যালিম কেৱল সিহঁতৰ মাজতেই সীমাবদ্ধ নাথাকে। আৰু জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।)
.
✍️Sa-ref:
২৯:৪৭
وَكَذَٰلِكَ أَنْزَلْنَا إِلَيْكَ الْكِتَابَ ۚ فَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يُؤْمِنُونَ بِهِ ۖ وَمِنْ هَٰؤُلَاءِ مَنْ يُؤْمِنُ بِهِ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الْكَافِرُونَ
এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
.
This rendering of the verb jahada - in the present instance and in verse 49 below (as well as in 31:32, 40:63 or 41:28) - in the sense of a person's denying or rejecting something which he knows to be true. 
(৩১:৩২
وَإِذَا غَشِيَهُمْ مَوْجٌ كَالظُّلَلِ دَعَوُا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ فَلَمَّا نَجَّاهُمْ إِلَى الْبَرِّ فَمِنْهُمْ مُقْتَصِدٌ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا كُلُّ خَتَّارٍ كَفُورٍ
আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।)
.___________________________________________
🟣৪১:২৯(On the Day of Judgment)
وَقَالَ الَّذِينَ كَفَرُوا رَبَّنَا أَرِنَا اللَّذَيْنِ أَضَلَّانَا مِنَ الْجِنِّ وَالْإِنْسِ نَجْعَلْهُمَا تَحْتَ أَقْدَامِنَا لِيَكُونَا مِنَ الْأَسْفَلِينَ
আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ ৰব! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।
.
✍️Verse/note:
41:29 And they who [in their life on earth] were bent on denying the truth will [thereupon] exclaim: “O our Sustainer! Show us those of the invisible beings and humans that have led us astray:* we shall trample them underfoot, so that they shall be the lowest of all!"**(as).

Note*
See 6:112 - "against every prophet We have set up as enemies the evil forces (shayatin) from among humans as well as from among invisible beings" - and the corresponding note 98.

Note**
Cf. 7:38 .
.
✍️Ap-refs:
৭:৩৮
قَالَ ادْخُلُوا فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِكُمْ مِنَ الْجِنِّ وَالْإِنْسِ فِي النَّارِ ۖ كُلَّمَا دَخَلَتْ أُمَّةٌ لَعَنَتْ أُخْتَهَا ۖ حَتَّىٰ إِذَا ادَّارَكُوا فِيهَا جَمِيعًا قَالَتْ أُخْرَاهُمْ لِأُولَاهُمْ رَبَّنَا هَٰؤُلَاءِ أَضَلُّونَا فَآتِهِمْ عَذَابًا ضِعْفًا مِنَ النَّارِ ۖ قَالَ لِكُلٍّ ضِعْفٌ وَلَٰكِنْ لَا تَعْلَمُونَ
আল্লাহে ক’ব, ‘তোমালোকৰ আগত যিবোৰ জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ লগত তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; সেয়ে ইহঁতক দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।
.
১৬:৮৮
الَّذِينَ كَفَرُوا وَصَدُّوا عَنْ سَبِيلِ اللَّهِ زِدْنَاهُمْ عَذَابًا فَوْقَ الْعَذَابِ بِمَا كَانُوا يُفْسِدُونَ
যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।
.___________________________________________
🟣৪১:৩০(Glad Tidings to Those Who believe in Allah Alone and stand firm)
إِنَّ الَّذِينَ قَالُوا رَبُّنَا اللَّهُ ثُمَّ اسْتَقَامُوا تَتَنَزَّلُ عَلَيْهِمُ الْمَلَائِكَةُ أَلَّا تَخَافُوا وَلَا تَحْزَنُوا وَأَبْشِرُوا بِالْجَنَّةِ الَّتِي كُنْتُمْ تُوعَدُونَ
নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।
.
✍️
41:30 As for those who say, "Our Lord is God", and then remain steadfastly upright; upon them descend angels, saying, "Fear not, and grieve not, but hear good news of the Paradise that you are promised.(sa)

Note:
‘Angels descending and saying’ = Divine laws supporting the steadfastly upright who submit to Godalone. 3:124, 8:10, 33:43, 46:13
.
✍️Verse/note:
41:30. (This was about those who denied the truth. On the contrary) People who proclaim 
that Allah alone is their Rabb and remain firm and steadfast in their commitment so much so that no power on earth can influence them otherwise, then the Malaika (the heavenly 
forces) will descend upon them (and strengthen them further ~ 33:43). The Malaika will 
say, "Have no fear, apprehension or grief; but rejoice and receive the happy news of the 
blissful life of heavenly society that has been promised to you.” (3:124-125; 8:10-12; 46:13)pz.
(see the above verses-link:
.___________________________________________
🟣৪১:৩১
نَحْنُ أَوْلِيَاؤُكُمْ فِي الْحَيَاةِ الدُّنْيَا وَفِي الْآخِرَةِ ۖ وَلَكُمْ فِيهَا مَا تَشْتَهِي أَنْفُسُكُمْ وَلَكُمْ فِيهَا مَا تَدَّعُونَ
‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।
.___________________________________________
WORD BY WORD MEANING. BB:
[41:24] So (Fa) whether (In) they are patient (Yas'biru'), thus (Fa) the Fire (En’Naaru) is their (Lahum) abode (Math'waa), and (Wa) whether (In) they ask to be considered (Yas'ta'tibu'), thus (Fa) they (Hum) will not 
(Maa) be of (Mina) those who are considered (El'Mu'tabiin). 
[41:25] For (Wa) We predestined (Qayyad'naa) companions (Quranaa'a) for them (Lahum'), so (Fa) what (Maa) was before them (Bai'na Ai'dii-him) and what (Wamaa) was behind them (Khal'fahum) were adorned (Zayyanu') to them (Lahum) and (Wa) the word (El'Qaw'lu) was imposed on them (Haqqa Ålai'himu) among (Fii) nations (Umamin) which had (Qad') passed (Khalat') before them (Min Qab'li-him) of (Mina) the jinn
(El'Jinni) and mankind (Wal' Insi). Indeed, they (Innahum) were (Kaanu') losers (Khaasiriin). (43:36)
[41:26] And (Wa) those who (Ellaziina) disbelieve (Kafaru’) say (Qaala), "Do not (Laa) listen (Tasma'uu') to (Li) this (Haaza) Koran (El'Qur'aani) and the falsity (Wal' Gaw') therein (Fiihi) perhaps you (Laållakum’) will overcome (Tag'libuun)."
[41:27] Therefore (Fa) We will let (La) those who (Ellaziina) disbelieved (Kafaru') taste (Åzaaban) a severe (Shadiida) punishment (Åzaaban), and (Wa) We will (La) requite them (Naj'ziyanna-hum) with the worst 
(As'wa'a) of what (Ellazii) they used to (Kaanu') do (Ya'maluun).
[41:28] That (Zaalika) is the requital (Jazaa'u) of the enemies of GOD (A'daai-llahi), the Fire (En'Naaru). For 
them (Lahum) therein (Fiiha) is the Home (Daaru) of Eternity (El'Khul'di). A requital (Jazaa'a) because
(Bimaa) they have been (Kaanu') rejecting (Yaj'haduun Bi) Our verses (Aayaati-naa).
[41:29] And (Wa) those who (Ellaziina) disbelieved (Kafaru') will say (Qaala), "Our LORD (Rabbanaa), show us (Ari-naa) those who (Ellaziina) misled us (Adolla-naa) of (Mina) the jinn (El'Jinni) and mankind (Wal'
Insi) that we may put them (Naj'ål'huma) beneath (Tah'ta) our feet (Aq'daami-naa) so that (Li) they will be (Yakuunaa) of (Mina) the lowest (El'As'faliin)." 
[41:30] Indeed (Inna), those who (Ellaziina) say (Qaalu'), "Our LORD (Rabbu-naa) is the GOD (Ellahu)," and then (Thumma) remain upright (Es'taqaamu'), the Angels (El'Malaaikatu) will descend (Tatanazzalu) to them (Ålai'himu) that, "Do not (Alla) fear (Takhaafu') nor (Walaa) grieve (Tah'zanu') but (Wa) have good news of (Ab'shiru' Bi) Paradise (El'Jannati), which (Ellatii) you were (Kuntum) promised (Tuuåduun). 
[41:31] "We (Nah'nu) are your allies (Aw'liyaau-kum’) in (Fii) the worldly (Ed'Dun'ya) life (El'Hayaati) and 
(Wa) in (Fii) the hereafter (El'Aakhirati). And (Wa) you will have (Lakum) therein (Fiiha) whatever (Maa)
your souls (Anfusu-kum’) desire (Tash'tahii) and you will have (Lakum) therein (Fiiha) whatever (Maa) you 
request (Taddauun).
.___________________________________________
💖jiaulhussain(syedraf) #muktabulhussain
🤎Date of Starting(Video)~10/August/2021
💙Date of Today ~ 20.12.2022-Naz-villa
🖤Work Progress ~ 
❤️Approx. Pages~3,288 nos.
💚Part ~ 446 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)