🅾️Part-602(00-00)-Article(আল-মুছাল্লীন)
✔️Part-602(00-00)-Article(আল-মুছাল্লীন) ✔️Video- https://shorturl.at/qvyD9 .___________________________________________ ✔️আল-মুছাল্লীন{al-musallin(الْمُصَلِّينَ)}: ছালাত প্ৰতিষ্ঠা কৰাটো মানুহৰ ওচৰত এক আমানৰ অঙ্গীকাৰ,ইয়াক ভঙ্গ কৰিব নোৱাৰি। ই আনুষ্ঠানিক (ritual) নামাজ নহয়। 👉Pre published : https://shorturl.at/bCGLM 👉Video-Part-602: https://shorturl.at/qvyD9 .___________________________________________ 1-Establish Salat74:42-47 2-Chapter.107- Ma'oon, 3-Amanat-70:32(33:70-✔️72amanat,73), 4-Ahad(7:101-102) 👉[বিঃদ্ৰঃ-খণ্ড নং ৬০২ৰ ভিডিঅ'ত কেৱল আল-মুছাল্লীনৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ কথাবোৰকে লেখনিৰ মাজেৰে বুজাত সুবিধাৰ বাবে বিশ্লেষণাত্মক দৃষ্টি ভংগীৰে এই খণ্ডত উপস্থাপন কৰা হ'ল] .___________________________________________ 1️⃣-Establish Salat74:42-47+Ch.107(Ma'oon): ⬛৭৪:৪২ مَا سَلَكَكُمْ فِي سَقَرَ কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে? . ⬛৭৪:৪৩ قَالُوا لَمْ نَكُ مِنَ الْمُصَلِّينَ সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো, . ⬛৭৪:৪৪ وَلَمْ نَكُ...